• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

গুৱাহাটীকে ধৰি দেশৰ ৪০ স্থানত CBIৰ অভিযান

নিউজ ডেস্ক by নিউজ ডেস্ক
May 12, 2022
in ক্ৰাইম, ৰাষ্ট্ৰীয়
1 min read
0
গুৱাহাটীকে ধৰি দেশৰ ৪০ স্থানত CBIৰ অভিযান
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে দেশজুৰি CBIয়ে এন জি অ’ৰ বিৰুদ্ধে চলোৱা অভিযানত উন্মোচিত হৈছে ভয়ংকৰ কেলেংকাৰী। দেশৰ মুঠ ৪০ টা স্থানত চলা এই অভিযানত ১৪ জনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰা হৈছে প্ৰায় ৩.২১ কোটি টকা।

দেশৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীৰ এটা স্থানতো চি বি আইয়ে চলালে অভিযান। গুৱাহাটীৰ NAYI ROSHNI FOUNDATION নামৰ এন জি অ’টোত চলিছিল চি বি আইৰ অভিযান। এই এন জি অ’টোৱে বানপানীত ক্ষতিগ্ৰস্তক সাহায্য প্ৰদানৰ লগতে অন্যান্য কিছুমান ক্ষেত্ৰত সাহায্য প্ৰদান কৰি আহিছে বুলি এন জি অ’টোৰ শীৰ্ষ বিষয়াই সাংবাদিকৰ আগত অৱগত কৰিছে।

উল্লেখ্যে যে, দেশৰ এন জি অ’সমূহে বিদেশী পুঁজি সংগ্ৰহ কৰি আহিছে আৰু এনেধৰণৰ বিদেশী পুঁজি সংগ্ৰহৰ বাবে তেওঁলোকক প্ৰয়োজন হয় বিভিন্ন ধৰণৰ নথি-পত্ৰ। এই নথি-পত্ৰসমূহ সময়ে সময়ে নবীকৰণ কৰাটো প্ৰয়োজন আৰু এই নথি-পত্ৰ নবীকৰণ কৰাৰ সময়তে সংঘটিত হৈ আহিছে ভয়ংকৰ জালিয়াতি।

NGO’সমূহক গৃহ মন্ত্ৰালয়ৰ পৰা বিভিন্ন নথি-পত্ৰ নবীকৰণৰ নামত চলি অহা জালিয়াতিত এক শক্তিশালী চক্ৰ জড়িত হৈ থকাৰ প্ৰমাণ পোৱা গৈছে। এই শক্তিশালী চক্ৰটোৰ উৎখাত কৰিবলৈয়ে CBIয়ে চলাইছে দেশজুৰি অভিযান।

Previous Post

অগ্নিগৰ্ভা শ্ৰীলংকাত আৰম্ভ হৈছে নতুন চৰকাৰ গঠনৰ প্ৰস্তুতি!

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
টিহুত ট্ৰাক চালকক মাৰপিট কৰি নিলম্বিত হ’ল দুই আৰক্ষী!
ক্ৰাইম

টিহুত ট্ৰাক চালকক মাৰপিট কৰি নিলম্বিত হ’ল দুই আৰক্ষী!

June 7, 2023
সোণাপুৰত গেছ পৰিবাহী বাহন দুৰ্ঘটনাগ্রস্ত
ক্ৰাইম

সোণাপুৰত গেছ পৰিবাহী বাহন দুৰ্ঘটনাগ্রস্ত

June 7, 2023
ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ দুদিনৰ পিছত জীৱন্তে উদ্ধাৰ অসমৰ যুৱক
ক্ৰাইম

ওড়িশাৰ ৰে’ল দুৰ্ঘটনাৰ দুদিনৰ পিছত জীৱন্তে উদ্ধাৰ অসমৰ যুৱক

June 5, 2023
SCERT কেলেংকাৰীঃ গ্ৰেপ্তাৰ RTI কৰ্মী ৰাজীৱ কাকতি আৰু বেনিন দলে
ক্ৰাইম

SCERT কেলেংকাৰীঃ গ্ৰেপ্তাৰ RTI কৰ্মী ৰাজীৱ কাকতি আৰু বেনিন দলে

June 3, 2023
উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনাত মৃত্য়ু হোৱা মৃতকৰ সংখ্যা ২৩৩লৈ বৃদ্ধি
ক্ৰাইম

উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনাত মৃত্য়ু হোৱা মৃতকৰ সংখ্যা ২৩৩লৈ বৃদ্ধি

June 3, 2023
Next Post
আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

শৰীৰত ভিটামিন-চি ৰ অভাৱ পূৰণ কৰিবলৈ আহাৰত কি খাব আপুনি?

শৰীৰত ভিটামিন-চি ৰ অভাৱ পূৰণ কৰিবলৈ আহাৰত কি খাব আপুনি?

আজিৰে পৰা গুৱাহাটীত বন্ধ থাকিব পেট্ৰল পাম্প

আজিৰে পৰা গুৱাহাটীত বন্ধ থাকিব পেট্ৰল পাম্প

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8