• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰিণিকি ভূঞা শৰ্মাই ১০০ কোটিৰ মানহানিৰ গোচৰ তৰিলে মনিষ চিছদিয়াৰ বিৰুদ্ধে!

নিউজ ডেস্ক by নিউজ ডেস্ক
June 22, 2022
in ক্ৰাইম, অসম, ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
ৰিণিকি ভূঞা শৰ্মাই ১০০ কোটিৰ মানহানিৰ গোচৰ তৰিলে মনিষ চিছদিয়াৰ বিৰুদ্ধে!
Share on FacebookShare on Twitter

দিল্লীৰ উপমুখ্যমন্ত্ৰী মনিষ চিছদিয়াৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানি গোচৰ তৰিলে ৰিনিকি ভূঞা শৰ্মাই। PPE কিট কেলেংকাৰীক লৈ মনিষ চিছদিয়াই দিল্লীত এক সংবাদমেল অনুষ্ঠিত কৰিছিল। এই সংবাদ মেলতে ৰিণিকি ভূঞাৰ সন্দৰ্ভত গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।

উল্লেখ্য যে, ৪ জুনত দিল্লীত আম আদমী পাৰ্টীৰ নেতা তথা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছদিয়াই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে এন এইছ এমৰ ঠিকাৰ দ্বাৰা PPE কীট যোগান ধৰা বুলি সংবাদ মেলখনত কৈছিল। PPE কীট সন্দৰ্ভত দিয়া উক্ত সংবাদ মেলখনত চৰকাৰী ঠিকাৰ সৈতে অনাহকতে ৰিণিকি ভূঞা শৰ্মাৰ নাম সাঙুৰি লৈছিল বুলি পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল।

অধিবক্তা পদ্মধৰ নায়কে চিভিল আদালতত ৰিণিকি ভূঞা শৰ্মাৰ হৈ গোচৰ তৰে। অধিবক্তাৰ মতে, জে চি বি ইণ্ডাষ্টিৰ ১৪৮৫টা PPE কীট CSRৰ মতে দান কৰিছে অসম চৰকাৰক। জে চি বি ইণ্ডাষ্টিয়ে কোনো বিল ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনক দাখিল কৰা নাই।

Previous Post

দ্ৰৌপদী মুৰ্মূ ৰাষ্ট্ৰপতি পদৰ বাবে বিজেপিৰ মনোনীত প্ৰাৰ্থী! কিন্তু কোন এই দ্ৰৌপদী মুৰ্মূ?

Next Post

ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহা!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহা!

ৰাষ্ট্ৰপতি নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী যশৱন্ত সিনহা!

অম্বুবাচীৰ দিনকেইটাত আপুনি কি কি কৰিব – নকৰিব?

অম্বুবাচীৰ দিনকেইটাত আপুনি কি কি কৰিব - নকৰিব?

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়কসকলক সাক্ষাৎ কৰি’ব!

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি মহাৰাষ্ট্ৰৰ বিদ্ৰোহী বিধায়কসকলক সাক্ষাৎ কৰি'ব!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8