- জোনমণি কাণ্ডৰ সন্দৰ্ভত নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতাক পুনৰ জেৰা CIDৰ।
- মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা দুই চিকিৎসক ডা০ গোপাল ৰয় আৰু ডা০ জোনেটকো CIDয়ে সোধ-পোচ কৰিছে।
- CIDৰ অধীক্ষকৰ নেতৃত্বত কৰা হৈছে জেৰা।
- গুৱাহাটীৰ পৰা ৰাওনা হৈছে CIDৰ উচ্চ পৰ্যায়ৰ আন এটা দল।
- নিশা জখলাবন্ধাৰ দুৰ্ঘটনাস্থলীত প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসক লৈ গৈ আৰক্ষীয়ে চলালে তদন্ত।