• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

JNUত দুই ছাত্ৰ গোটৰ মাজত পুনৰ সংঘাত!

নিউজ ডেস্ক by নিউজ ডেস্ক
November 11, 2022
in ক্ৰাইম, ৰাষ্ট্ৰীয়, শিক্ষা
1 min read
0
JNUত দুই ছাত্ৰ গোটৰ মাজত পুনৰ সংঘাত!
Share on FacebookShare on Twitter

পুনৰ বিতৰ্কত JNU। দুই গোটৰ মাজত হোৱা সংঘৰ্ষৰ বাবে আকৌ চৰ্চালৈ আহিছে JNU। খবৰ অনুসৰি, বিশ্ববিদ্যালয়খনৰ তাপ্তি হোষ্টেলত বাস কৰা এজন ছাত্ৰৰ আন এটা হোষ্টেলৰ আবাসীৰ সৈতে বিবাদ হয়। ইয়াৰ পিছতে হোষ্টেলৰ বাহিৰৰ লোকো এই সংঘাতত লিপ্ত হৈ পৰে। ঘটনা সন্দৰ্ভত আৰক্ষী অৱগত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয়।

উক্ত ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীৰ উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে কয় যে, সন্ধিয়া প্ৰায় ৫ বজাত JNUৰ নৰ্মদা হোষ্টেলৰ কাষত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কাজিয়া হোৱাৰ এক তথ্য লাভ কৰা হৈছিল। ইয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। এই পৰ্যন্ত এই সংঘাতৰ সন্দৰ্ভত কোনো অভিযোগ আৰক্ষীয়ে লাভ কৰা নাই। অভিযোগ দাখিল কৰিলেই এই সন্দৰ্ভত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

উল্লেখ্য যে, ২০২০ চনৰ জানুৱাৰীত মুখাপিন্ধা দুৰ্বৃত্তই JNUত ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰিছিল। জে এন ইউৰ ছাত্ৰ সন্থাৰ সভাপতি আইশে ঘোষ এই আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল। আনহাতে আন কেইবাজনো ছাত্ৰ-ছাত্ৰীও এই আক্ৰমণত আহত হৈছিল।

দুৰ্বৃত্তই কেৱল ছাত্ৰ-ছাত্ৰীয়ে নহয় শিক্ষকসকলকো আক্ৰমণ কৰিছিল। ২০২০ চনত JNUত সংঘটিত এই হিংসাত্মক ঘটনাৰ ক্ষেত্ৰত দিল্লী আৰক্ষীকো অভিযুক্ত কৰা হৈছিল।

Previous Post

পৰাজয়তকৈও গুৰুত্বপূৰ্ণ হৈছে, জয়ৰ বাবে চেষ্টা নকৰাটোঃ শশী থাৰুৰ

Next Post

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত জৈইচ-ই-মহম্মদৰ সন্ত্ৰাসবাদী সদস্য নিহত

Related Posts

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
সুৰামত্ত চালক! মহানগৰীত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত
ক্ৰাইম

চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

October 2, 2023
মহানগৰীত ক’কেইনসহ গ্রেপ্তাৰ ৩ জন
সংবাদ

মহানগৰীত ক’কেইনসহ গ্রেপ্তাৰ ৩ জন

September 30, 2023
চাইবাৰ যুদ্ধ! ৰাছিয়াৰ দ্বাৰা ইউক্ৰেইনৰ অফিচিয়েল ৱেবছাইট হেক
ক্ৰাইম

ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেল চাইবাৰ অপৰাধীৰ!

September 29, 2023
চাঞ্চল্য! মহানগৰীত জ্যোতিষীৰ ঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ
ক্ৰাইম

কোকৰাঝাৰত সন্ধানহীন ছাত্রৰ মৃতদেহ উদ্ধাৰ

September 29, 2023
Next Post
জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত জৈইচ-ই-মহম্মদৰ সন্ত্ৰাসবাদী সদস্য নিহত

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত জৈইচ-ই-মহম্মদৰ সন্ত্ৰাসবাদী সদস্য নিহত

ইউক্ৰেইনৰ পৰা ঘূৰি অহা ভাৰতীয় শিক্ষাৰ্থীলৈ ৰাছিয়াই দিছে সুযোগ!

ইউক্ৰেইনৰ পৰা ঘূৰি অহা ভাৰতীয় শিক্ষাৰ্থীলৈ ৰাছিয়াই দিছে সুযোগ!

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8