• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মহানগৰীৰ হাতীগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড

নিউজ ডেস্ক by নিউজ ডেস্ক
May 24, 2022
in ক্ৰাইম, গুৱাহাটী
0
আৰক্ষীয়ে গুলীয়ালে পত্নীক
Share on FacebookShare on Twitter

মহানগৰীৰ হাতীগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড। হাতীগাঁৱৰ ফ্রেইণ্ডছ পথৰ গৃহ নং ৪২ত আব্দুল হক নামৰ এজন অভিযন্তাৰ বাসগৃহত এই হত্যাকাণ্ড সংঘটিত হৈছে। মৃত লোকজনৰ নাম জৈনুদ্দিন আহমেদ বুলি জানিব পৰা গৈছে। অভিযন্তাজনৰ গৃহত ছিপাঝাৰৰ জৈনুদ্দিন আহমেদে ভাড়া কৰি আছিল। হায়দৰাবাদত থাকে ঘৰটোৰ মালিক আব্দুল হক।

আৰক্ষীৰ প্রাথমিক তদন্তত ডকাইতি কৰি হত্যা কৰাৰ সন্দেহ। ঘৰৰ গ্রীলভাঙি বাসগৃহটোত নিশা সোমাইছিল হত্যাকাৰী। উল্লেখযোগ্য যে, গেলামাল দোকানৰ ব্যৱসায়ী আছিল মৃত জৈনুদ্দিন আহমেদ।

Previous Post

জৰ্জৰ চুইচাইডৰ লগত জড়িত ডনবস্ক’ বিশ্ববিদ্যালয়ৰ ফাডাৰক গ্ৰেপ্তাৰ!

Next Post

কোৱাড সন্মিলনঃ তিনিখন দেশৰ ৰাষ্ট্র নেতাৰ সৈতে আলোচনাত বহিব নৰেন্দ্ৰ মোদী

Related Posts

সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!
ক্ৰাইম

মহানগৰীৰ কামাকাজি ফ্ল’টিং ৰেস্তোঁৰাত বিধ্বংসী অগ্নিকাণ্ড

November 27, 2023
সংগীত খনিকৰ পুৰুষোত্তম দাসৰ ১০৬তম জয়ন্তী পালন
সংবাদ

সংগীত খনিকৰ পুৰুষোত্তম দাসৰ ১০৬তম জয়ন্তী পালন

November 25, 2023
গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি
সংবাদ

গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি

November 24, 2023
GMC ৰ বোকা নিষ্কাশন কেলেংকাৰীৰ অভিযুক্ত ঠিকাদাৰ মিঠু আগৰৱালাক গ্ৰেপ্তাৰ
ক্ৰাইম

কাকপথাৰৰ বিস্ফোৰণৰ পিছতে আটক আলফা (স্বাঃ)ৰ কেডাৰ

November 23, 2023
চাৰ্টাৰ্ড একাউণ্টেণ্ট, চিকিৎসক, অধিবক্তাও হ’ব পাৰিব APSCৰ অধ্যক্ষ, সদস্য
ৰাজনীতি

APSC কেলেংকাৰীত জড়িত ৩২জন ৰাজপত্ৰিত বিষয়াক আটক

November 22, 2023
Next Post
ওহায়ো, টকিঅঃ জাপানত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি

কোৱাড সন্মিলনঃ তিনিখন দেশৰ ৰাষ্ট্র নেতাৰ সৈতে আলোচনাত বহিব নৰেন্দ্ৰ মোদী

কান মহোৎসৱত উজ্বলিল আইমী বৰুৱাৰ ‘চেমখৰ’

কান মহোৎসৱত উজ্বলিল আইমী বৰুৱাৰ ‘চেমখৰ’

সৰ্বশিক্ষাৰ কাৰ্যালয়ৰ কোঠাত তীব্ৰবেগী ডাম্পাৰ!

প্রাতঃভ্রমণলৈ অহা ৭ জনক মহটিয়াই নিলে তীব্ৰবেগী ট্ৰাকে, নিহত ৫

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8