• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মৃত্যুৰ কিৰিলি! অট্টালিকা খহি শিশু সহ ৩ জন আৰু পানীত ডুবি মৃত্যু ৬ টি শিশুৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
October 10, 2022
in ক্ৰাইম, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
মৃত্যুৰ কিৰিলি! অট্টালিকা খহি শিশু সহ ৩ জন আৰু পানীত ডুবি মৃত্যু ৬ টি শিশুৰ

New Delhi : NDRF and Delhi Police personnel carried out a rescue operation after a four-storey building collapsed in Sabzi Mandi area, the main market in New Delhi on Monday September 13, 2021. (Photo: Wasim Sarvar/IANS)

Share on FacebookShare on Twitter

অট্টালিকা খহি পৰাৰ ফলত দেশৰ ৰাজধানী দিল্লীত এটি ৪ বছৰীয়া শিশুৰ সৈতে ৩ জন লোকৰ প্ৰাণহানি হয। ধাৰাষাৰ বৰষুণৰ মাজতেই দেওবাৰে নিশা দিল্লীৰ লাহোৰী গেটৰ কাষত এটা দুমহলীয়া অট্টালিকা খহি পৰি এই দুৰ্ঘটনাটো সংঘটিত হয়।

খবৰ অনুসৰি, এই দুৰ্ঘটনাত এটি ৪ বছৰীয়া কন্যা শিশুসহ ৩ জন লোকৰ প্ৰাণহানি হৈছে। এতিয়াও ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ আছে আন ৪ জন লোক। আনহাতে গুৰুগ্ৰামত এটা পুখুৰীত ৬ টিকৈ শিশু ডুব গৈছে। শিশু কেইটাই পুখুৰীটোত গা ধুবলৈ গৈ পানীত ডুব যায়। ইতিমধ্যে ৬ টি শিশুৰে মৃতদেহ উদ্ধাৰ কৰা হৈছে।

Previous Post

সমাজবাদী পাৰ্টীৰ প্ৰতিষ্ঠাপক মুলায়েম সিং যাদৱৰ দেহাৱসান

Next Post

কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!

কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!

পৰ্বত আৰোহণৰ প্ৰশিক্ষণ ল’বলৈ গৈ সন্ধানহীন হোৱা দীপশিখাৰ মৃতদেহ উদ্ধাৰ

আজি শেষকৃত্য সম্পন্ন হ'ব পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ

ৰজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত মাকৰ সৈতে এটি হাতী পোৱালি

ৰজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত মাকৰ সৈতে এটি হাতী পোৱালি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8