- উদ্ধাৰ হ’ল অসমৰ পৰ্বাতোৰহী দীপশিখা হাজৰিকাৰ মৃতদেহ।
- উত্তৰাখণ্ডত পৰ্বত আৰোহণৰ প্ৰশিক্ষণ ল’বলৈ গৈ সন্ধানহীন হৈছিল দীপশিখা।
- হঠাৎ অহা হিমস্খলনৰ ফলত সংঘটিত হৈছিল এই ঘটনা।
- পিতৃ আৰু জ্যেষ্ঠ ভাতৃ বৰ্তমান উপস্থিত আছে উত্তৰাখণ্ডত।
- শুকুৰবাৰে উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছিল দীপশিখাৰ মৃতদেহ।
- মৰণোত্তৰ পৰীক্ষাৰ পাছত অসমলৈ অনা হ’ব মৃতদেহ।
- এতিয়াও উদ্ধাৰ হোৱা নাই ৩ জন লোকৰ মৃতদেহ।