• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ধনজিৎ, সঞ্জীৱ আৰু পৰেশ বৰুৱাৰ আদালত…

নিউজ ডেস্ক by নিউজ ডেস্ক
May 9, 2022
in ক্ৰাইম, অসম
1 min read
0
অকলশৰীয়া মাতৃক এৰি ULFA লৈ ডিব্ৰুগড়ৰ বিজু
Share on FacebookShare on Twitter

মৃত্যুদণ্ড কোনে দিয়ে? আদালতে? ন্যায়াধীশে? পৰেশ বৰুৱাৰ আদালতৰ সংবিধান পৃথক, ন্যায়াধীশ পৃথক, একপক্ষীয় বাচ-বিচাৰ কৰিয়েই পৰেশ বৰুৱাই মৃত্যুদণ্ড বিহে আৰু গৰ্বেৰে সংবাদ মাধ্যমলৈ প্ৰেছ বিবৃতি প্ৰেৰণ কৰে।

উল্লেখ্য যে, স্বাধীন অসমৰ অলীক স্বপ্নৰে অসম আৰু অসমীয়াক দশক দশক ধৰি এক দূদুল্যমান পৰিস্থিতিত ৰখা পৰেশ বৰুৱাই শনিবাৰে দুজনকৈ অসমীয়া ল’ৰাক হত্যা কৰে। চোৰাংচোৱাগিৰি তথা আলফাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অপৰাধত আলফা স্বাধীনে ধনজিৎ দাস আৰু সঞ্জীৱ শৰ্মা নামৰ দুজন যুৱকক শনিবাৰে মৃত্যদণ্ডৰে দণ্ডিত কৰিছিল। এই সন্দৰ্ভত আলফা স্বাধীনে বিবৃত্তি প্ৰকাশ কৰাৰ লগতে যুৱকদ্বয়ৰ ভিডিঅ’ বাৰ্তাও ৰাজহুৱা কৰিছিল। যাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। ভাৰতৰ সংবিধান নমনা, অসমীয়াৰ তেজেৰেই হাত ৰাঙলী কৰি অহা, পৰ ৰাষ্ট্ৰৰ অনুগ্ৰহত আশ্ৰয় লৈ থকা ৭০ বছৰীয়া মানুহজনে অসমক এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে বিশ্বত মূৰ দাঙি থাকিব পৰাকৈ অৰ্থনৈতিকভাৱে শক্তিশালী বা আত্মনিৰ্ভৰশীল কৰিব পৰা কোনোধৰণৰ কাৰ্য কৰা অসমৰ ৰাইজে আজিকোপতি দেখা নাই।

সময় সলনি হৈছে, চৰকাৰী বঞ্চনাৰ পৰা অসম এতিয়া বহু পৰিমানে মুক্ত। অতীতৰ অসম আৰু এতিয়াৰ অসমৰ মাজত বহু পৰিৱৰ্তন আহিল। অসমীয়া যুৱক-যুৱতী এতিয়া উগ্ৰপন্থাৰে অসম সলনি কৰাৰ পৰিৱৰ্তে কৰ্ম আৰু শিক্ষাৰে অসম তথা অসমীয়াক উন্নতিৰ পথলৈ নিয়াত বিশ্বাসী।

ধেমাজিৰ কণমানিহঁতক হত্যা কৰাৰ কলংকিত অধ্যায় অসমীয়া ৰাইজে নাপাহৰে, সেইদৰে ধনজিৎ, সঞ্জীৱৰ হত্যাৰ বাবেও পৰেশ বৰুৱাই সদায়ে জবাবদিহি হৈ থাকিব। এক্সিকিউশ্যন হৈ গ’ল। সেইবোৰ অতীত হ’ল। সময় সলনি হ’ল। কিন্তু স্বাধীন অসমৰ স্বপ্ন লৈ এতিয়াও অসমীয়া ডেকাক আলফাই হত্যা কৰিয়েই গৈছে।

আন আন ৰাজ্যৰ লগতে অসমৰো বহু নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনেও এতিয়া দেশ তথা ৰাজ্যৰ উত্তৰণত হাত উজান দিয়াৰ লগতে তেওঁলোকৰ নিজৰ মানুহবোৰৰ জীৱনবোৰলৈ পৰিৱৰ্তন অনাৰ কামত নিমজ্জিত হৈছে। সফলো হৈছে। কিন্তু আলফাই কি কৰিছে? আলফাৰ উদ্দেশ্য, অভিযান একেই আছে। কেৱল তেজৰ সৈতে খেলিছে, অসমীয়াৰ আৱেগৰ সৈতে খেলিছে।

আলফা যেন এতিয়া গৰ্বিত মৃত্যুদণ্ডেৰে! নিজৰ মানুহৰ তেজেৰে ফাকু খেলি গৰ্বিত।।

Previous Post

অসম পালেহি অমিত শ্বাহঃ কেইবাটাও কাৰ্যসূচীত কৰিব অংশগ্ৰহণ

Next Post

মাতৃ দিৱসৰ দিনাই ঘৰলৈ আহিল প্ৰিয়ংকা-নিকৰ সন্তান মালতী

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
Next Post
মাতৃ দিৱসৰ দিনাই ঘৰলৈ আহিল প্ৰিয়ংকা-নিকৰ সন্তান মালতী

মাতৃ দিৱসৰ দিনাই ঘৰলৈ আহিল প্ৰিয়ংকা-নিকৰ সন্তান মালতী

মালাইকা আৰোৰাৰ সুস্বাস্থ্যৰ মূল চাবিকাঠি

মালাইকা আৰোৰাৰ সুস্বাস্থ্যৰ মূল চাবিকাঠি

প্ৰত্যেকটো উগ্ৰপন্থী গোটৰ লগতে আলোচনা কৰি অসমত শান্তি স্থাপন কৰা হৈছেঃ শ্বাহ

প্ৰত্যেকটো উগ্ৰপন্থী গোটৰ লগতে আলোচনা কৰি অসমত শান্তি স্থাপন কৰা হৈছেঃ শ্বাহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8