• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ফেৰীৰ পৰা নদীত পৰিল গাড়ীসহ চালক, এতিয়াও নাই সন্ধান

নিউজ ডেস্ক by নিউজ ডেস্ক
June 21, 2022
in ক্ৰাইম, অসম, সংবাদ
1 min read
0
ফেৰীৰ পৰা নদীত পৰিল গাড়ীসহ চালক, এতিয়াও নাই সন্ধান
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত জাগুন ঘাটত সোমবাৰে সংঘটিত হয় এক ফেৰী দুৰ্ঘটনা। দুৰ্ঘটনাত প্ৰাক্তন সেনা কিৰণ থাপা নামৰ লোকজন সন্ধানহীন হয়। উল্লেখ্য যে, কিৰণ থাপাই জীয়েক আৰু নাতিনীয়েকৰ সৈতে এখন এ এচ ২৩ জেদ ১২৯২ নম্বৰৰ আই টুৱেন্টী গাড়ীৰে ঘৰলৈ বুলি জাগুনৰ পৰা জাগুনৰ দিহিং নদী অৰুনাচল ঘাটত উপস্থিত হয়। তেঁও গাড়ীখন ফেৰীত উঠাওতে হঠাৎ এস্কচেলেটৰ বেছিকৈ দিয়াত গাড়ীখনে তীব্ৰ গতিৰে তাত থকা এখন গ্লেমাৰ বাইক মহতিয়াই দিহিং নদীত পৰে। ইয়াৰ পিছতে নাৱৰ যাত্ৰী আৰু স্থানীয় ৰাইজৰ মাজত হুৱাদুৱা লাগে। স্থানীয় ৰাইজৰ তৎপৰতাত প্ৰায় ৩০০ মিটাৰ আঁতৰত গাড়ীখন উদ্ধাৰ কৰা হয় যদিও ৫৫ বছৰীয়া কিৰণ থাপা গাড়ীৰ পৰা ওলাই যায়। বৰ্ত্তমানেও কিৰণ থাপাৰ সন্ধান নোপোৱাৰ লগতে বাইকখনো উদ্ধাৰ কৰিব পৰা নাই।

সৌভাগ ক্ৰমে গাড়ীৰ পৰা নামি থকাত কিৰণ থাপাৰ জীয়ৰী নাতিনীৰ প্ৰাণ ৰক্ষা পৰে কিৰণ থাপাৰ ঘৰ জাগুন কঠাচেমা গাঁৱত। আনহাতে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ ঘটনাটো বাবে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। চৰকাৰৰ গাফিলাতিৰ বাবেই এই ঘটনা সংঘটিত হ’বলৈ পালে বুলি মন্তব্য কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্য্যকৰি সভাপতি পাপু দত্ত আৰু সাধাৰণ সম্পাদক ৰাহুল ছেএীয়ে।

দুৰ্ঘটনা সংঘটিত স্থানত এখন দলং নিৰ্মাণৰ দাবী ছাত্ৰ মুক্তিয়ে দীৰ্ঘদিন ধৰি জনাই আহিছে যদিও এইক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ উত্থাপন হৈছে। সংগঠনটোৱে সন্ধানহীন কিৰণ থাপাৰ ক্ষতিপূৰণ পৰিয়ালবগক দিবলৈ দাবী জনাইছে। অন্যহাতে সমগ্ৰ মাৰ্ঘেৰিটা মহকুমা নদ-নদী সমূহত বানপানীৰ প্ৰতি লক্ষ্য ৰাখি যন্ত্ৰ চালিত নাও, হাত নাও আদি চলাচল বন্ধ ৰাখিবলৈ মহকুমা প্ৰশাসনে জাননী জাৰি কৰিছিল যদিও এইক্ষেত্ৰত নাও চালক সকলে প্ৰশাসনক অংগুষ্ঠ পৰ্দশন কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।

Previous Post

আজি আন্তৰ্জাতিক যোগ দিৱসঃ বছৰটোৰ আটাইতকৈ দীঘল দিন!

Next Post

চাৰি দিনত ৪০ ঘণ্টা জেৰা! আজি পুনৰ ৰাহুল গান্ধীক তলব EDৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
EDৰ কাৰ্যালয়ত কেইবাঘণ্টা জুৰি সোধা-পোছা ৰাহুল গান্ধীক

চাৰি দিনত ৪০ ঘণ্টা জেৰা! আজি পুনৰ ৰাহুল গান্ধীক তলব EDৰ

চন্দ্ৰলৈ যাব নেকি! ২০২৫ চনৰ পৰা চন্দ্ৰলৈ যাবলৈ ভাড়াত ল’ব পাৰি’ব এখন বিশেষ বাহন

চন্দ্ৰলৈ যাব নেকি! ২০২৫ চনৰ পৰা চন্দ্ৰলৈ যাবলৈ ভাড়াত ল’ব পাৰি'ব এখন বিশেষ বাহন

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নতুন অধ্যক্ষ ৰাজু টিছো!

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নতুন অধ্যক্ষ ৰাজু টিছো!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8