- উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ চৰকাৰী বিষয়া।
- ঘোচ লৈ থকা অৱস্থাতে গ্ৰেপ্তাৰ হ’ল ড্ৰাগছ পৰিদৰ্শক জাহ্নবী কলিতা।
- যোৰহাটত ফাৰ্মাচীৰ লাইচেন্সৰ বাবে ঘোচ বিচাৰিছিল জাহ্নবীয়ে।
Smt Jahnabi Kalita, Inspector of Drugs Jorhat has been trapped and arrested red handed today by team of @DIR_VAC_ASSAM while accepting demanded money for issuing a Licence to the complainant for starting a Pharmacy. pic.twitter.com/r697uisw7J
— GP Singh (@gpsinghips) September 17, 2022
- উৎকোচ লোৱাৰ সময়তে হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।