মহানগৰীৰ ভগদত্তপুৰ আৰক্ষীৰ বৃহৎ সফলতা। কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী হাছেন মকিবুল ইছলামক গ্ৰেপ্তাৰ। মহানগৰীৰ ভিন্ন স্থানত কৰি গৈছিল ড্ৰাগছৰ বেহা।
কাহিলিপাৰাৰ জোনাকী নগৰৰ পূবেৰুণ পথৰ সমীপত আৰক্ষীৰ নাকা চেকিঙত জালত পৰে দক্ষিণগাঁও পাহাৰত বাস কৰা হাছেন মকিবুল ইছলাম।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
© 2021 All Rights Reserved | Headline8