• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বোকাজানৰ খটখটিত প্ৰায় ৭ কোটি টকাৰ ড্ৰাগছ জব্দ

নিউজ ডেস্ক by নিউজ ডেস্ক
December 9, 2022
in ক্ৰাইম, অসম
1 min read
0
হাজোত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ড্রাগছ
Share on FacebookShare on Twitter

বোকাজানৰ খটখটিত বৃহস্পতিবাৰে নিশা দুখন ট্ৰাকৰ পৰা উদ্ধাৰ ৭৫৭.১৫ গ্ৰাম ড্ৰাগছৰ লগতে ৩০ হাজাৰ নিচাযুক্ত টেবলেট। বোকাজান আৰক্ষীৰ গোপন তালাচীত জব্দ কৰা হয় এই ড্ৰাগছখিনি।

নাগালেণ্ডৰ পৰা দুখন ট্ৰাকত অতি কৌশলেৰে লুকুৱাই আনিছিল এই ড্ৰাগছখিনি। MN 01 9912 নম্বৰৰ ট্ৰাকখনৰ পৰা ৫৫ পেকেট ড্ৰাগছ আৰু NL02 N 3758 নম্বৰৰ ট্ৰাকখনৰ পৰা ৩০ হাজাৰ নিষিদ্ধ টেবলেট জব্দ কৰিছে আৰক্ষীয়ে।

ধৃত তিনি সৰবৰাহকাৰী ইছলাম উদ্দিন, মহম্মদ চমিৰ আৰু মহম্মদ মানাবিক আটক কৰিছে খটখটি আৰক্ষীয়ে। ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৭ কোটি টকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

ধেমাজিৰ পলাতক আচামীক গোগামুখত গ্ৰেপ্তাৰ

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
Next Post
ধেমাজিৰ পলাতক আচামীক গোগামুখত গ্ৰেপ্তাৰ

ধেমাজিৰ পলাতক আচামীক গোগামুখত গ্ৰেপ্তাৰ

বনবিভাগৰ অভিযানত চোৰাং কাঠসহ ডি আই জব্দ

মাজবাটত বৃহৎ পৰিমানৰ অস্ত্ৰ উদ্ধাৰ

নতুন বছৰত ৰাজ্যবাসীক চৰকাৰে উপহাৰ দি’ব আৰু এখন টোলগেট!

নতুন বছৰত ৰাজ্যবাসীক চৰকাৰে উপহাৰ দি'ব আৰু এখন টোলগেট!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8