• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বোকাজানত ১০ কোটি টকাৰ ড্ৰাগছ জব্দ!

নিউজ ডেস্ক by নিউজ ডেস্ক
October 27, 2022
in ক্ৰাইম, সংবাদ
1 min read
0
বোকাজানত ১০ কোটি টকাৰ ড্ৰাগছ জব্দ!
Share on FacebookShare on Twitter

বোবোকাজানৰ ডিলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। বুধবাৰে ডিলাই আৰক্ষীৰ গোপন তালাচীত জব্দ কৰা হয় প্ৰায় ১০ কোটি টকাৰ ড্ৰাগছ।

#AssamAgainstDrugs@assampolice continues to excel in its drive against drug menace.

In a recent operation at Dilai Tinali, @karbianglongpol seized 1.263 kg Heroin hidden inside a four-wheeler vehicle. Four accused, one from Assam & three from other states, apprehended. pic.twitter.com/WnHWK4b1TX

— Himanta Biswa Sarma (@himantabiswa) October 26, 2022

ডিমাপুৰৰ পৰা অহা এখন ইনভা আৰু মাৰুটি কাৰত জব্দ ১ কেজি ২৬৫ গ্ৰাম ড্ৰাগছ জব্দ। ড্ৰাগছৰ লগতে নগদ ৭৫ হাজাৰ টকা, মোবাইল ফোন আৰু বহুতো নথি পত্ৰ জব্দ কৰা হৈছে।

১০০ টা চাবোনৰ বাকচত লুকুৱাই আনিছিল ড্ৰাগছখিনি। ড্ৰাগছৰ লগতে ৪ ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে ডেনিয়েল কিঠাৰি, চাহাবিৰ আলি, কাপানী এছ আৰু চাহজাহান আহমেদ বৰভূঞাকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

Previous Post

অসমীয়া ছবিজগতৰ পিতৃস্বৰূপ নিপন গোস্বামী আৰু নাই

Next Post

গুৱাহাটীত সুৰা বিক্ৰীৰ অভিলেখ!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
গুৱাহাটীত সুৰা বিক্ৰীৰ অভিলেখ!

গুৱাহাটীত সুৰা বিক্ৰীৰ অভিলেখ!

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

আজি সম্পন্ন কৰা হ’ব বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ অন্ত্যেষ্টিক্রিয়া!

আজি সম্পন্ন কৰা হ'ব বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ অন্ত্যেষ্টিক্রিয়া!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8