• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

NSCN(IM)ৰ নেতা থুইংগালেং মুইভাৰ ঘনিষ্ঠলৈ EDৰ চমন

নিউজ ডেস্ক by নিউজ ডেস্ক
December 21, 2022
in ক্ৰাইম, উত্তৰ পূৰ্বাঞ্চল, ৰাজনীতি
1 min read
0
NSCN(IM)ৰ নেতা থুইংগালেং মুইভাৰ ঘনিষ্ঠলৈ EDৰ চমন
Share on FacebookShare on Twitter

NSCN(IM)ৰ শীৰ্ষ নেতা থুইংগালেং মুইভাৰ ঘনিষ্ঠ সহায়কক এনফ’ৰ্ছমেন্ট ডাইৰেক্ট’ৰেট অৰ্থাৎ বলবৎকাৰী সঞ্চালকালয়ে বিদ্ৰোহী পূজিলৈ ধন সৰবৰাহ গোচৰত অভিযোগনামা দাখিল কৰাৰ পিছতে নাগালেণ্ডৰ PMLAৰ বিশেষ আদালতৰ সন্মুখত হাজিৰ হ’বলৈ জাননী জাৰি কৰিছে।

ন্যায়ালয়ে চাৰ্জ শ্বীটত নাম উল্লেখ কৰা অভিযুক্তসকলৰ ভিতৰত আছে NSCN(IM)ৰ স্বয়ং কৰ্ণেল তথা কোষাধ্যক্ষ ৰায়লুং নছাৰাংবে ওৰফে পেলা ন্সা জেমে আৰু তেওঁৰ পত্নী ৰুথ চাৱাং। ডিমাপুৰৰ জিলা ধন সৰবৰাহৰ প্ৰতিৰোধ আইন (পিএমএলএ) আদালতৰ ন্যায়াধীশে শেহতীয়াকৈ তেওঁলোকৰ বিৰুদ্ধে ইডিয়ে দাখিল কৰা অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি অভিযুক্তসকলক আদালতৰ সন্মুখত হাজিৰ হ’বলৈ জাননী জাৰি কৰিছে।

উল্লেখযোগ্য যে ২০২০ চনৰ জুলাই মাহত ৰাষ্ট্ৰীয় তদন্ত সংস্থাই তেওঁলোকৰ বিৰুদ্ধে পঞ্জীয়ন কৰা এফআইআৰ অধ্যয়ন কৰি ইডিয়ে দাখিল কৰিছিল ধন সৰবৰাহৰ গোচৰ। এনআইএৰ চাৰ্জ শ্বীটত অভিযোগ কৰা হৈছিল যে NSCN(IM)ৰ উগ্ৰপন্থী দলটোৱে মণিপুৰ আৰু নাগালেণ্ডত সু-সংগঠিতভাৱে ধন দাবীৰ ৰেকেট চলাইছিল আৰু চৰকাৰী ধন বিদ্ৰোহী সংগঠনলৈ সৰবৰাহ কৰিছিল।

NSCN(IM)মণিপুৰত পথ নিৰ্মাণ প্ৰকল্প গ্ৰহণ কৰা নিৰ্মাণ কোম্পানীসমূহক ভয় দেখুৱাই অবৈধ কৰ (ধন দাবী) হিচাপে বিপুল পৰিমাণৰ ধন সংগ্ৰহ কৰিছিল। EDয়ে তদন্তত লাভ কৰিছিল যে মণিপুৰৰ চাৰিখন জিলা — টামেংলং, সেনাপতি, উখৰুল আৰু চাণ্ডেলৰ গোটটোৰ NSCNৰ ভাৰপ্ৰাপ্ত বিষয়াসকল আৰু জিলা প্ৰতিনিধিয়ে বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপৰ পৰা সংগ্ৰহ কৰা ধনৰ সবিশেষৰ সৈতে দাবী কৰা ধনখিনি ৰায়লুঙক জমা দিছিল।

সামূহিক নেতৃত্বৰ নিৰ্দেশ অনুসৰি ধন দাবীৰ ধনৰ মূল অংশ সংগঠনৰ কামত ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াৰ কিছু অংশ তেওঁৰ পত্নী ৰুথ চাৱাঙৰ নামত ৰখা বেংক একাউণ্টত জমা কৰা হৈছিল বুলি ইডিয়ে দাবী কৰিছে।

Previous Post

ৰাজ্য কঁপোৱা ৰেগিং কাণ্ডৰে জড়িত সকলৰ শাস্তি ঘোষণা

Next Post

পথ-দুৰ্ঘটনাগ্ৰস্তক উদ্ধাৰ আৰু চিকিৎসাৰ লক্ষ্যৰে পথ-সুৰক্ষা মিত্ৰক সুৰক্ষা কিট বিতৰণ

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
আৰক্ষীৰ অভিযানত চোৰাং তেল পৰিবাহী টেংকাৰ জব্দ!
ক্ৰাইম

মহানগৰীত পুনৰ ডকাইতি কাণ্ড!

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি
ৰাজনীতি

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে ভাৰত ৰপ্তানি শক্তিক্ষেত্ৰ হিচাপে উদীয়মান হৈছেঃ বিচিজি

September 22, 2023
Next Post
পথ-দুৰ্ঘটনাগ্ৰস্তক উদ্ধাৰ আৰু চিকিৎসাৰ লক্ষ্যৰে পথ-সুৰক্ষা মিত্ৰক সুৰক্ষা কিট বিতৰণ

পথ-দুৰ্ঘটনাগ্ৰস্তক উদ্ধাৰ আৰু চিকিৎসাৰ লক্ষ্যৰে পথ-সুৰক্ষা মিত্ৰক সুৰক্ষা কিট বিতৰণ

অপৰাধমূলক ঘটনাক লৈ মহানগৰ আৰক্ষী আয়ুক্তৰ সংবাদমেল

অপৰাধমূলক ঘটনাক লৈ মহানগৰ আৰক্ষী আয়ুক্তৰ সংবাদমেল

তিনিচুকীয়া মহাবিদ্যালয়ৰ ছাত্ৰক প্ৰহাৰক কেন্দ্ৰ কৰি উত্তপ্ত মাকুম

তিনিচুকীয়া মহাবিদ্যালয়ৰ ছাত্ৰক প্ৰহাৰক কেন্দ্ৰ কৰি উত্তপ্ত মাকুম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8