• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

এনকাউন্টাৰ: ১৫ দিনৰ ভিতৰত আৰক্ষীয়ে জমা দিব লাগিব তদন্তৰ প্ৰতিবেদন!

নিউজ ডেস্ক by নিউজ ডেস্ক
March 29, 2022
in ক্ৰাইম, অসম
1 min read
0
এনকাউন্টাৰ: ১৫ দিনৰ ভিতৰত আৰক্ষীয়ে জমা দিব লাগিব তদন্তৰ প্ৰতিবেদন!
Share on FacebookShare on Twitter

গাড়ীগাঁও বলাৎকাৰ কাণ্ডৰ অভিযুক্ত বিকী আলীৰ আৰক্ষীৰ গুলীত মৃত্যু হোৱা ঘটনাৰ গুৰুত্ব সহকাৰে লৈছে মানৱ অধিকাৰ আয়োগে। বিকীৰ পিতৃ-মাতৃয়ে অভিযোগ কৰা মতে তেওঁলোকে আৰক্ষীক বিকীক গতাই দিয়াৰ পাছত আৰক্ষীয়ে শীতল মস্তিষ্কৰে হত্যা কৰিলে বিকীক।

এই সন্দৰ্ভত আৰক্ষীৰ বিৰুদ্ধে অভিযোগ তুলি বিকীৰ পৰিয়ালে কাষ চাপিছিল ন্যায়ালয় আৰু মানৱ অধিকাৰ আয়োগৰ। বিকীৰ পিতৃ-মাতৃৰ অভিযোগৰ ভিত্তিত আয়োগে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্তৰ প্ৰতিবেদন জমা দিবলৈ নিৰ্দেশ জাৰি কৰিছে।

এই প্ৰতিবেদনত ১৫ দিনৰ ভিতৰত জমা দিব লাগিব আৰক্ষীয়ে। ইয়াৰ প্ৰতিলিপি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগকো জমা দিয়াৰ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য যে, গাড়ীগাঁৱৰ এই বলাৎকাৰ কাণ্ডৰে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে চিনাক্ত কৰিছিল ৪জন কিশোৰক। তাৰেই মুখ্য অভিযুক্ত বুলি চিনাক্ত কৰা বিকী আলী আৰক্ষীৰ গুলীত ৰহস্যজনকভাৱে মৃত্যু হৈছিল।

Previous Post

মৰ্মান্তিক! হেডফোনেই কাল হ’ল এগৰাকী যুৱতীৰ

Next Post

নিউজ বুলেটিন

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
Next Post
নিউজ বুলেটিন

নিউজ বুলেটিন

বিউটিয়ে লগালে আউল! পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ নেত্ৰীৰ পদত্যাগ

বিউটিয়ে লগালে আউল! পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছ নেত্ৰীৰ পদত্যাগ

ধন নাই চৰকাৰৰ! কোষাগাৰসমূহক বিল গ্ৰহণ নকৰিবলৈ নিৰ্দেশ

অসমৰ বহু জিলাত সংখ্যালঘুত পৰিণত হিন্দুঃ হিমন্ত বিশ্ব শৰ্মা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8