• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বটদ্ৰৱাত চলিছে উচ্ছেদ অভিযান!

নিউজ ডেস্ক by নিউজ ডেস্ক
December 19, 2022
in ক্ৰাইম, অসম, ৰাজনীতি
1 min read
0
বটদ্ৰৱাত চলিছে উচ্ছেদ অভিযান!
Share on FacebookShare on Twitter

আজি পুৱাৰে পৰা বটদ্ৰৱাৰ বেদখলকৃত ভূমিত চলিল উচ্ছেদ অভিযান। বটদ্ৰৱাৰ হেজাৰ বিঘাৰ অধিক ভূমিত চলিবলগীয়া এই উচ্ছেদ অভিযানৰ বাবে ৰবিবাৰে শেষ আখৰা কৰে আৰক্ষী প্ৰশাসন। বিগত তিনিদিন ধৰি ফ্লেগমাৰ্চ কৰাৰ পাছত দেওবাৰে সামৰিক বাহিনীয়ে বটদ্ৰৱা বীজ পামৰ মুকলি পথাৰত অস্ত্ৰ শস্ত্ৰৰে আখৰাত ব্যস্ত হোৱা পৰিলক্ষিত হয়। ইফালে সহস্ৰাধিক আৰক্ষীৰ কুচকাৱাজত আতংকময় পৰিৱেশৰ মাজতে সোমবাৰে আৰম্ভ হোৱা উচ্ছেদৰ পূৰ্বেই বাসগৃহ ত্যাগ কৰিছে বহু বেদখলকাৰী পৰিয়ালে। গোপন সূত্ৰৰ পৰা জানিব পৰা মতে বেদখলকাৰী বহুতৰে অন্য ঠাইত নিজা মাটি সম্পত্তি আছে। 

ৰবিবাৰে মধ্য অসম আৰক্ষী উপ মহাপৰিদৰ্শক (DIG) সত্যৰাজ হাজৰিকাই বটদ্ৰৱাত উপস্থিত হৈ বেদখলকৃত স্থানসমূহ নিৰিক্ষণ কৰি সাংবাদিকক জানিব দিয়া মতে, সোমবাৰে পৰা শান্তিজান বজাৰ, বটদ্ৰৱাৰ হাইডুবি পথাৰ, হাইডুবি কৃষি বীজ পাম, ভোমোৰাগুৰি গ্ৰেজিং ৰিজাৰ্ভ, ৰামপুৰ সত্ৰ, লালুং গাঁও, ধনিয়াভেটী, জামাই বস্তিত উচ্ছেদ অভিযান চলিব।

উল্লেখ্য যে, যোৱা মে’ মাহত বটদ্ৰৱা আৰক্ষী থানা আক্ৰমণ ঘটনাৰ দৰে ভংয়কৰ ঘটনাৰ পাছত সোমবাৰে পৰা চলিব লগিয়া উচ্চেদ অভিযানৰ বাবে বটদ্ৰৱাত আতংকময় পৰিৱেশ বিৰাজ কৰিছে। আনহাতে নগাঁও জিলা আৰক্ষী অধীক্ষক লীনা দলে প্ৰকাশ কৰিছে তেওঁলোকে নগাঁও জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ, ৰাজহ বিভাগৰ সহযোগত সোমবাৰে উচ্ছেদৰ বাবে বিশেষ ভাৱে সস্তম বুলি জানিবলৈ দিয়ে। ইফালে আজি আৰম্ভ হোৱা উচ্ছেদ অভিযানৰ পূৰ্বে ৰবিবাৰে বিয়লি প্ৰশাসনে ১৪৪ ধাৰা জাৰী কৰি জাননী প্ৰকাশ কৰে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

মিজোৰামত প্ৰায় ৬০ কোটি টকাৰ নিচাজাতীয় সামগ্রী জব্দ

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
৩ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ

মিজোৰামত প্ৰায় ৬০ কোটি টকাৰ নিচাজাতীয় সামগ্রী জব্দ

গুৱাহাটী- ডিগবৈ অভিমুখী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০ যাত্ৰী

ভয়ংকৰ পথ দুৰ্ঘটনাত আহত ৩০ জন!

লামডিঙত বাৰ লাখ টকাৰ গাঞ্জা জব্দ!

লামডিঙত বাৰ লাখ টকাৰ গাঞ্জা জব্দ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8