• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মৰণোত্তৰ পৰীক্ষাৰ ভুৱা প্ৰতিবেদন! মঙলদৈত গ্ৰেপ্তাৰ ৩ চিকিৎসক

নিউজ ডেস্ক by নিউজ ডেস্ক
November 8, 2022
in ক্ৰাইম, অসম, সংবাদ
1 min read
0
মৰণোত্তৰ পৰীক্ষাৰ ভুৱা প্ৰতিবেদন! মঙলদৈত গ্ৰেপ্তাৰ ৩ চিকিৎসক
Share on FacebookShare on Twitter

মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসক ক্ৰমে-ডাঃ অৰুণ ডেকা, ডাঃ অনুপম শৰ্মা, ডাঃ অজন্তা বৰদলৈক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে। মৰণোত্তৰ পৰীক্ষাৰ ভুৱা প্রতিবেদন দাখিল কৰাৰ অভিযোগ তিনিওজন চিকিৎসকৰ বিৰুদ্ধে। দৰঙৰ ধূলাৰ আদিবাসী যুৱতী এগৰাকীৰ মৃত্যুক লৈ দিছিল ভুৱা প্রতিবেদন।

CIDৰ ২০/২০২২ৰ গোচৰত গ্রেপ্তাৰ তিনিওকে। গ্ৰেপ্তাৰৰ পাছতেই সোমবাৰে মঙলদৈৰ CJM আদালতত হাজিৰ কৰোৱা হয় ৩ চিকিৎসকক। CIDৰ অনুসন্ধানত ওলোৱা তথ্য অনুসৰি ফৰেনচিকৰ চিকিৎসকে কৰা নাছিল মৰণোত্তৰ পৰীক্ষা। মেডিচিন বিভাগৰ চিকিৎসকৰ চহী আছে মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনত। 

Previous Post

মানহানি গোচৰঃ ১৯ নৱেম্বৰত ন্যায়ালয়ত উপস্থিত হ’ব লাগিব দিল্লীৰ উপ-মুখ্যমন্ত্ৰী

Next Post

গুৱাহাটীত জব্দ প্ৰায় ৫০ লাখ টকাৰ সোণ

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি
প্ৰযুক্তি

গুৱাহাটীত কুমাৰ ইঞ্জিনিয়াৰিঙৰ থলুৱা প্ৰযুক্তিৰে নিৰ্মিত মিনি ট্ৰেক্টৰ “কুমাৰ-১৩” মুকলি

June 9, 2023
অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ
মনোৰঞ্জন

অসমীয়া বোলছবিৰ উত্তৰণৰ বাবে মহানগৰ জিলা কংগ্ৰেছৰ উদোগত ১০০ টিকট বিতৰণ

June 9, 2023
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান
গুৱাহাটী

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰত ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াৰ চাফাই অভিযান

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
Next Post
গুৱাহাটীত জব্দ প্ৰায় ৫০ লাখ টকাৰ সোণ

গুৱাহাটীত জব্দ প্ৰায় ৫০ লাখ টকাৰ সোণ

গুৱাহাটীত মাৰণাস্ত্ৰ লৈ ঘূৰিছে চিলনী চোৰ! শিক্ষয়িত্রীৰ পৰা লুটিলে সোণৰ চেইন

গুৱাহাটীত মাৰণাস্ত্ৰ লৈ ঘূৰিছে চিলনী চোৰ! শিক্ষয়িত্রীৰ পৰা লুটিলে সোণৰ চেইন

ৰাজ্যত ডেংগুৰ ভয়াৱহ ৰূপ!

ৰাজ্যত ডেংগুৰ ভয়াৱহ ৰূপ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8