• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

এটা মিঠাইয়ে প্ৰাণ কাঢ়িলে ২০ মহীয়া শিশুৰ

Manoranjan Majumder by Manoranjan Majumder
February 5, 2021
in ক্ৰাইম
1 min read
0
murder
Share on FacebookShare on Twitter

হয়, আপুনি ঠিকেই শুনিছে এটি মিঠাইৰ বাবেই প্ৰাণ গ’ল এটি দেৱশিশুৰ।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ গন্দিয়া জিলাত।

কান্দি থকাৰ বাবেই পিতৃয়ে হত্যা কৰিলে এটি ২০ মহীয়া কন্যাশিশুক।

কান্দি থকা শিশুটিক ওমলাবলৈ বুলি এটা মিঠাই কিনিবলৈ ৫ টকা বিচাৰিছিল পত্নীয়ে ।

সেই কথাতেই খঙত উত্ৰাৱল হৈ শিশুটিক হত্যা কৰিলে ঘাটক পিতৃয়ে ।

শিশুটিৰ মূৰত উপৰ্যুপৰি আঘাট কৰাৰ ফলত থিতাতে মৃত্যু হয় দুৰ্ভগীয়া কন্যাশিশুটি ।

২ ফেব্ৰুৱাৰীত সংঘটিত হৈছে এই অমানৱীয় ঘটনাটো ।

ইতিমধ্যে মহাৰাষ্ট্ৰ আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী পিতৃক ।

শিশুটিৰ মাতৃৰ ভাষ্য অনুসৰি, “সন্ধ্যা দেউতাক ঘৰলৈ উভতি অহাৰ সময়ত বৈষ্ণৱীয়ে কান্দি আছিল ।

এটা খাজা কিনিবলৈ মই ৫ টকা বিচাৰোতে তেওঁ নাই বুলি কয় আৰু খঙতে শিশুটিক তুলি লৈ ঘৰৰ দুৱাৰত মূৰটো খুন্দিয়াই খুন্দিয়াই হত্যা কৰে । ”

আৰক্ষীৰ জিম্মাত হত্যাকাৰী পিতৃয়ে বৰ্ণনা কৰিছে হত্যাকাণ্ডৰ বিৱৰণ।

Tags: IndiaMaharastraMurder
Previous Post

‘৫ কোটি দিলে, প্ৰধানমন্ত্ৰীক কৰি দিম হত্যা’- ফেচবুকত পোষ্ট যুৱকৰ

Next Post

৬ ফ্ৰেব্ৰুৱাৰীত খানাপাৰাত অভিলাষী আঁচনি উদ্বোধনী অনুষ্ঠান

Related Posts

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড
ক্ৰাইম

কামৰূপৰ পলাশবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

January 25, 2023
কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!
অসম

কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!

January 25, 2023
শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!
ক্ৰাইম

শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!

January 24, 2023
গুৱাহাটী- ডিগবৈ অভিমুখী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০ যাত্ৰী
ক্ৰাইম

শৰাইঘাট দলঙত দুৰ্ঘটনা

January 23, 2023
Next Post
৬ ফ্ৰেব্ৰুৱাৰীত খানাপাৰাত অভিলাষী আঁচনি উদ্বোধনী অনুষ্ঠান

৬ ফ্ৰেব্ৰুৱাৰীত খানাপাৰাত অভিলাষী আঁচনি উদ্বোধনী অনুষ্ঠান

athletics championship

সৰুসজাইত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ

Angurlata

AJP+ৰাইজৰ দল; আনুষ্ঠানিক মিত্ৰতাক বিয়নীমেল আখ্যা বিধায়িকা আঙুৰলতাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8