• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মহানগৰীৰ গাড়ীগাঁৱত অগ্নিকাণ্ড

নিউজ ডেস্ক by নিউজ ডেস্ক
March 22, 2022
in ক্ৰাইম, গুৱাহাটী
1 min read
0
মহানগৰীৰ গাড়ীগাঁৱত অগ্নিকাণ্ড
Share on FacebookShare on Twitter

মহানগৰীৰ গাড়ীগাওঁ ভখুন্দাৰ আমৰতলত ৰবিবাৰে নিশা প্ৰায় এক বজাত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে অঞ্চলটোত থকা কল্পজিত দাস আৰু তপন দাস নামৰ ব্যক্তি দুজনৰ দোকান দুখনত ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। স্থানীয় ৰাইজে কোনো দুৰ্বৃত্তই দোকান দুখনত অগ্নি সংযোগ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।
উল্লেখ্য যে, বিগত ১৯ মাৰ্চতো একেটা অঞ্চলৰে একেখিনি স্থানত থকা বলেন্দ্ৰ বল্লভ শৰ্মা নামৰ ব্যক্তিজনৰ দোকান এখনত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল যদিও অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাছিল।

 

ৰবিবাৰে নিশা পাণ্ডু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডটোত কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুইত জাহ যায়। ইপিনে গাড়ীগাওঁ উদয় সমূহীয়া কেন্দ্ৰ আৰু গাড়ীগাওঁ নৱজ্যোতি ক্লাৱে সমগ্ৰ ঘটনা সন্দৰ্ভত এক তদন্ত কৰাৰ লগতে গাড়ীগাওঁ অঞ্চলত আৰক্ষীৰ স্থায়ী পহৰাৰ ব্যৱস্থা কৰিবলৈ আজি জালুকবাৰী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে।

Previous Post

কিশোৰক অকথ্য নিৰ্যাতন চলোৱা SI বৰদলৈক নিলম্বন

Next Post

জ্যোৎস্না কলিতাৰ শিশু গল্প পুথি “ভাল বন্ধু” উন্মোচন

Related Posts

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড
ক্ৰাইম

কামৰূপৰ পলাশবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

January 25, 2023
কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!
অসম

কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!

January 25, 2023
নেহেৰু ষ্টেডিয়ামত প্ৰতিযোগী, শিক্ষাৰ্থী, অভিভাৱকৰ মাজত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিতৰণ
সংবাদ

নেহেৰু ষ্টেডিয়ামত প্ৰতিযোগী, শিক্ষাৰ্থী, অভিভাৱকৰ মাজত অমৃত ভোগ ভাণ্ডাৰাৰ খাদ্য বিতৰণ

January 24, 2023
Next Post
জ্যোৎস্না কলিতাৰ শিশু গল্প পুথি “ভাল বন্ধু” উন্মোচন

জ্যোৎস্না কলিতাৰ শিশু গল্প পুথি "ভাল বন্ধু" উন্মোচন

ৰামটাঙোন : ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল

ৰামটাঙোন : ৰাজ্যত পুনৰ বৃদ্ধি পাব বিদ্যুৎ মাচুল

ৰেলৰ চেপাত নিহত এজন

ৰেলৰ চেপাত নিহত এজন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8