মহানগৰীৰ পাটৰকুচিত ভয়ংকৰ অগ্নিকাণ্ডত জাহ যায় ২৫তাতকৈও অধিক ঘৰ। নবীন চন্দ্ৰ বৰা নামৰ প্ৰাক্তন আৰক্ষী প্ৰশাসনৰ লোক জনৰ ঘৰত সূত্ৰপাত হয় জুইৰ।
আৰক্ষী লোকজনৰ ঘৰত আছিল ৩০তাতকৈও অধিক ভাড়া ঘৰ। অগ্নিকাণ্ডৰ ফলত তিনিখনকৈ বাহন জ্বলি যায়। এই মুহুৰ্তলৈকে ঘটনাস্থলীৰ পৰা এটা শিশু নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে।