• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

কাকপথাৰত আলফা আৰু সেনা বাহিনীৰ মাজত গুলীয়াগুলি!

নিউজ ডেস্ক by নিউজ ডেস্ক
July 1, 2022
in ক্ৰাইম, অসম, সংবাদ
1 min read
0
কাকপথাৰত আলফা আৰু সেনা বাহিনীৰ মাজত গুলীয়াগুলি!
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ দ-পথাৰত প্ৰচণ্ড গুলীয়াগুলি! আলফা(স্বা) আৰু সেনাবাহিনীৰ মাজত সংৰ্ঘষ! আলফা (স্বা)ৰ দুৰ্ধৰ্ষ সদস্য ৰূপম অসমৰ নেতৃত্বত ৬জনীয়া দলৰ সৈতে সংঘৰ্ষ! দুয়োপক্ষৰ মাজত প্ৰচণ্ড গুলীয়াগুলি, গ্ৰেণ্ডেড বিস্ফোৰণ।

উল্লেখ্য যে, ভোলা চাংমাই নামৰ এজন লোকৰ ঘৰত আশ্রয় লৈ আছিল আলফা (স্বাঃ)ৰ দলটোৱে। আৰক্ষী আৰু সেনাৰ অভিযানকাৰী দললৈ আলফাৰ দলটোৱ গ্রেণেড নিক্ষেপ কৰে। ৰূপম অসমৰ লগতে আলফাৰ দলটোত আছে ৰিংকু অসম, উদয় অসম, মৃগাংক অসম আৰু দুজনমান।

সেনা, আৰক্ষী আৰু আলফাৰ দলটোৰ গুলী সোমাইছেগৈ স্থানীয় লোকৰ ঘৰত। ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিব লগা হৈছে অঞ্চলটোৰ স্থানীয় লোক। আলফা(স্বা)ৰ সদস্য গুৰুতৰ ভাৱে আহত হোৱাৰ সন্দেহ। ভাৰতীয় সেনাৰ আসাম ৰেজিমেণ্টৰ কাকপথাৰ, ডিৰাক কেম্পৰ সেনাৰ সৈতে অভিযান অব্যাহত। ঘটনাস্থলীলৈ ৰাওনা হৈছে আৰক্ষী অধীক্ষক দেৱজিত দেউৰী।

Previous Post

১৯৮ টকালৈকে হ্ৰাস পালে বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য

Next Post

দিল্লীৰ উপ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰুজু কৰিলে মানহানিৰ গোচৰ

Related Posts

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত
ৰাজনীতি

গুৱাহাটীত “ৰিচাৰ্জেন্ট নৰ্থ ইষ্ট” বিষয়ক দূৰদৰ্শন ডায়লগ অনুষ্ঠিত

June 10, 2023
কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী
ৰাষ্ট্ৰীয়

কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ অধীনস্থ গুৱাহাটীৰ সংহত আঞ্চলিক কাৰ্যালয়ৰ পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণ সন্দৰ্ভত সজাগতা কাৰ্যসূচী

June 10, 2023
Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati
উত্তৰ পূৰ্বাঞ্চল

Doordarshan Dialogue on the theme of “Resurgent North East” begins in Guwahati

June 10, 2023
সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত
সংবাদ

সাৱধান! বতৰে ধ্বংসলীলা চলাব পাৰে তিনি ৰাজ্যত

June 10, 2023
নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা
News

নামভৰ্তিকৰণ! অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নিৰ্দেশনা

June 10, 2023
গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ
ক্ৰাইম

গণেশগুৰি দুৰ্ঘটনা! এ কে কনষ্ট্ৰাকচনৰ ঠিকাদাৰক গ্ৰেপ্তাৰ

June 10, 2023
Next Post
দিল্লীৰ উপ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰুজু কৰিলে মানহানিৰ গোচৰ

দিল্লীৰ উপ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰুজু কৰিলে মানহানিৰ গোচৰ

দেশত চলিছে বিভাজনৰ ৰাজনীতি, মই দেশখন ঐক্যবদ্ধ হোৱাটো বিচাৰোঃ অৰ্মত্য সেন

দেশত চলিছে বিভাজনৰ ৰাজনীতি, মই দেশখন ঐক্যবদ্ধ হোৱাটো বিচাৰোঃ অৰ্মত্য সেন

প্ৰেম পত্ৰ লাভ কৰিলে NCPৰ মূৰব্বী শাৰদ পাৱাৰে!

প্ৰেম পত্ৰ লাভ কৰিলে NCPৰ মূৰব্বী শাৰদ পাৱাৰে!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8