• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ড্ৰাগছ সৰবৰাহকাৰীকে ধৰি নগাঁৱত পাঁচজন অপৰাধীক গ্ৰেপ্তাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
March 30, 2022
in ক্ৰাইম, অসম
1 min read
0
ড্ৰাগছ সৰবৰাহকাৰীকে ধৰি নগাঁৱত পাঁচজন অপৰাধীক গ্ৰেপ্তাৰ
Share on FacebookShare on Twitter

নগাঁও আৰক্ষীয়ে মঙ্গলবাৰে গোপন সূত্ৰৰ পম খেদি নগাঁও চহৰৰ সমীপৰ পশ্চিম কাৱৈমাৰীৰ পৰা দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ সহকাৰী পৰিদৰ্শক উৎপল বৈশ্যৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে পশ্চিম কাৱৈমাৰীত অভিযান চলাই হেৰোইনসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী দুজন হল জাহাঙ্গীৰ আলম (১৬) আৰু জেহিৰুল ইছলাম (১৯)। আৰক্ষীয়ে দুইজনৰ হাতৰ পৰা ১৭ টা হেৰোইন ভৰ্ত্তি কণ্টেনাৰ জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ যে এই দুজন ড্ৰাগছ সৰবৰাহকাৰীয়ে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ এক ৰমৰমীয়া ব্যবসায় চলাই আহিছিল।

আনহাতে, হয়বৰগাঁও আৰক্ষীয়ে নগাঁও চহৰৰ মোল্লাপট্টিত অভিযান চলাই চুৰি কাৰ্যৰ লগত জৰিত তিনিজন অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰ কেইজন হল হাইদৰ ৰহমান (১৯) , বিকু কুমাৰ (২১) আৰু মজিবুৰ ৰহমান (২৩)। ইয়াৰে হাইদৰৰ ঘৰ মোল্লাপট্টিত, বিকু কুমাৰৰ ঘৰ বিহাৰৰ কুসুম বাংগৰিত আৰু মজিবুৰৰ ঘৰ জুৰীয়াত। আৰক্ষীয়ে তেওঁলোকৰ হাতৰ পৰা এটা চুৰি পানী উঠোৱা মটৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে পাঁচজনকে আদালতত হাজিৰ কৰাই কাৰাগাৰলৈ প্ৰেৰণ কৰে।

Previous Post

ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

Next Post

গুৱাহাটীত চেঞ্চুৰী কোবালে পেট্ৰ’লৰ মূল্যই

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
Next Post
পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি!

গুৱাহাটীত চেঞ্চুৰী কোবালে পেট্ৰ’লৰ মূল্যই

কংগ্ৰেছৰ মিটিঙত কি কি হয়, মই সকলো খবৰ পাওঁঃ হিমন্ত বিশ্ব শৰ্মা

অসম চুক্তিৰ ৬নং দফাৰ ভিত্তিত নিৰূপণ কৰা হ'ব অসমীয়াৰ সংজ্ঞা!

অতি শীঘ্ৰেই নীলিম মহন্তই নতুন ছবি উপহাৰ দিব ৰাইজক

অতি শীঘ্ৰেই নীলিম মহন্তই নতুন ছবি উপহাৰ দিব ৰাইজক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8