• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অৰ্ণমাই বৰাৰ গোচৰৰ ৰায়ক লৈ অসন্তুষ্টি প্ৰকাশ প্ৰাক্তন IPS বিষয়া ভায়’লেট বৰুৱাৰ!

নিউজ ডেস্ক by নিউজ ডেস্ক
January 18, 2023
in ক্ৰাইম, অসম, সংবাদ
1 min read
0
অৰ্ণমাই বৰাৰ গোচৰৰ ৰায়ক লৈ অসন্তুষ্টি প্ৰকাশ প্ৰাক্তন IPS বিষয়া ভায়’লেট বৰুৱাৰ!
Share on FacebookShare on Twitter

ফাঁচিৰ পৰা ৰেহাই পালে অৰ্ণমাই বৰাৰ হত্যাকাৰীয়ে। উল্লেখ্য যে নিম্ন আদালতে অৰ্ণমাই বৰা হত্যাকাণ্ডৰ সৈতে জড়িত মইনুল হকক ফাঁচিৰ নিৰ্দেশ দিছিল আৰু ছেলিম উদ্দিন নামৰ আন এজন ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰিছিল। নিম্ন আদালতৰ এই ৰায়ক গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰি মইনুল হকক ফাঁচিৰ পৰিৱৰ্তে ৩ বছৰৰ হে কাৰাদণ্ডৰ শাস্তি বিহিলে।

অৱশ্যে ছেলিম উদ্দিনৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখিলে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সকলোৱে একেমুখে আৰক্ষীক সমালোচনা কৰাৰ লগতে প্ৰাক্তন আৰক্ষী শীৰ্ষ বিষয়াইও এতিয়া আৰক্ষীক সমালোচনা কৰি সামাজিক মাধ্যমত বিস্ফোৰণ ঘটাইছে। অৰ্ণমাই বৰা হত্যা আৰু ধৰ্ষণ কাণ্ডক কেন্দ্ৰ কৰিয়েই একাংশ আৰক্ষী বিষয়াই কেন্দ্ৰীয় চৰকাৰৰ পৰা পুৰস্কাৰ পৰ্যন্ত লাভ কৰিছিল। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পিছত এতিয়া সেই আৰক্ষী বিষয়াসকলৰ পুৰস্কাৰ কি হ’ব? প্ৰাক্তন আই জি পি ভায়লেট বৰুৱাই সামাজিক মাধ্যমৰ জড়িয়তে অৰ্ণমাই বৰা হত্যা আৰু ধৰ্ষণ কাণ্ডৰ সন্দৰ্ভত ফেচবুকত লিখিছে এইদৰে-

”অৰ্ণমাই বৰা হত্যা গোচৰৰ দোষীয়ে শাস্তিৰ পৰা ৰেহাই পালে। মাননীয় গুৱাহাটী উচ্চ ন্যায়ালয়ে সঠিক প্ৰমাণৰ অভাবত দোষীক বলৎকাৰ আৰু হত্যাৰ দোষৰ পৰা মুক্ত বুলি আদেশ দিছে।

এতিয়া কথা হ’ল, পুলিচে ঘটনাৰ পিচদিনাই ক্ষিপ্ৰতাৰে (?) দোষীক ধৰি অতি সোনকালে তদন্ত সামৰি (সঠিক ভাবে নে?) প্ৰতিবদন দাখিল কৰিলে আৰু আদালতেও অতি কম দিনৰ ভিতৰতে বিচাৰ প্ৰক্ৰিয়া শেষ কৰি দোষীক শাস্তিৰ আদেশ দিলে। ইয়াকে লৈ পুলিচ মহলত আনন্দৰ হৈ চৈ লগাৰ উপৰিও কেইজনমান পুলিচ বিষয়াই এই সুযোগতে আকৌ কেন্দ্ৰীয় চৰকাৰৰ পৰা পুৰষ্কাৰ পৰ্যন্ত আজুৰি আনিলে।এতিয়া পিচে কি হ’ব? ৰাইজৰ প্ৰচণ্ড ক্ষোভ প্ৰসমিত কৰিবলৈকে এইয়া কৰা হৈছিল নেকি।

বিয়াগোম পুলিচ বিষয়া, বিয়াগোম CID বিভাগ আদি থাকোতে এনে হ’ব পায় নে? কেচ এটা যদি পুলিচ তদন্তৰ গাফিলতিৰ বাবে দোষীয়ে আদালতত নিৰ্দোষী বুলি ৰেহায় বা মুক্তি পায় তেনে ক্ষেত্ৰত তদন্তকাৰী পুলিচ বিষয়াই শাস্তিৰ সন্মুখিন হ’ব লাগে, পুলিচৰ নিয়ম অনুসৰি। পালমৰা তদন্ত, আদালতত সঠিক প্ৰমাণ দাখিলত ব্যৰ্থ, পুৰষ্কাৰ, পুলিচ বিষয়াৰ শাস্তি, ইত্যাদিবোৰ বাদ দিলো বাৰু, কিন্তু দুৰ্ভগীয়া পৰিয়ালটোৰ কি হ’ব, ন্যায় কেনেকৈ পাব? নে পুলিচ বিভাগটোৱে appeal ৰ বাবে ব্যৱস্হা কৰিব, যদি সৎ সাহস আছে।ৰাইজৰ জনাৰ অধিকাৰ আছে। ৰাজকীয় সাজ পাৰ পিন্ধাই বুকুৱে পিঠিয়ে মাদলী আৰিবলৈ ৰাইজে এনেয়ে পোহ পাল দি ৰখা নাই নহয়।”

Previous Post

ঘোষণা কৰা হ’ল ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ বিধানসভা নিৰ্বাচনৰ দিন

Next Post

CBC য়ে আয়োজন কৰা ফটো প্ৰদৰ্শনী উদ্বোধন ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীৰ

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
সংবাদ

এন এফ ৰেলৱে এমপ্লইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন

October 2, 2023
Next Post
CBC য়ে আয়োজন কৰা ফটো প্ৰদৰ্শনী উদ্বোধন ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীৰ

CBC য়ে আয়োজন কৰা ফটো প্ৰদৰ্শনী উদ্বোধন ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীৰ

ক’ভিডৰ প্ৰতিবিধ প্ৰতিষেধকৰ আছে বহু পার্শ্ব প্রতিক্রিয়া! শংকিত জনতা

ক'ভিডৰ প্ৰতিবিধ প্ৰতিষেধকৰ আছে বহু পার্শ্ব প্রতিক্রিয়া! শংকিত জনতা

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8