• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মৃত্যুৰে হাৰ মানিলে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেয়ে

নিউজ ডেস্ক by নিউজ ডেস্ক
July 8, 2022
in ক্ৰাইম, আন্তৰ্জাতিক, ৰাজনীতি
1 min read
0
মৃত্যুৰে হাৰ মানিলে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেয়ে
Share on FacebookShare on Twitter

মৃত্যুৰ ওচৰত হাৰ মানিব লগা হল ছিনজো আবেয়ে। আজি পুৱা এখন নিৰ্বাচনী প্ৰচাৰ সভাত মঞ্চত ভাষণ দি থকাৰ সময়তে প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিনজো আবেক লক্ষ্য কৰি গুলীয়াই গুৰুতৰ ভাৱে আহত কৰিছিল দুৰ্বৃত্তই। ইয়াৰ পিছতে সংকটজনক অৱস্থাত ছিনজো আবেক এখন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

উল্লেখ্য যে,  জাপানৰ ইতিহাসত আটাইতকৈ কম বয়সত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি সৰ্বাধিক সময় প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিছে ছিনজো আবেয়ে। ২০২০ চনত কোৰোনাৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে তেওঁ প্ৰধানমন্ত্ৰী আসনৰ পৰা পদত্যাগ কৰিছিল। জাপানৰ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে ছিনজো আবেক যিগৰাকী লোকে গুলীয়াইছে তেওঁৰ বয়স ৪০ বছৰ। তেওঁৰ নাম য়ামাগামী। য়ামাগামীয়ে ছিনজো আবেক গুলীওৱাৰ ক্ষেত্ৰত থ্ৰীডি প্ৰিণ্টেড বন্দুক ব্যৱহাৰ কৰিছিল। অৱশ্যে জাপানৰ প্ৰশাসনে এই বিষয়ে কোনো আনুস্থানিক তথ্য এই পৰ্যন্ত প্ৰকাশ কৰা নাই।

Previous Post

৫০ বছৰীয়া হল ক্ৰিকেটৰ ‘দাদা’ সৌৰভ গাংগুলী

Next Post

মৌলানা বদৰুদ্দিন আজমলৰ পূৰ্বপুৰুষসকল হিন্দু আছিল!

Related Posts

গুৱাহাটীত জব্দ কোটি টকাৰ নিচাজাতীয় দ্ৰব্য, গ্ৰেপ্তাৰ ২ জন
ক্ৰাইম

গুৱাহাটীত জব্দ কোটি টকাৰ নিচাজাতীয় দ্ৰব্য, গ্ৰেপ্তাৰ ২ জন

December 8, 2023
৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!
ৰাজনীতি

৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!

December 5, 2023
“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”
অসম

“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”

December 4, 2023
সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই
ৰাজনীতি

সৰ্বাংগীন উন্নয়নৰ প্ৰসাৰৰ যাত্ৰা অব্যাহত ৰাখিছে বিকশিত ভাৰত সংকল্প যাত্ৰাই

December 3, 2023
আজি চুকাফা দিৱস
ৰাজনীতি

আজি চুকাফা দিৱস

December 2, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
Next Post
মৌলানা বদৰুদ্দিন আজমলৰ পূৰ্বপুৰুষসকল হিন্দু আছিল!

মৌলানা বদৰুদ্দিন আজমলৰ পূৰ্বপুৰুষসকল হিন্দু আছিল!

ছিনজো আবেৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

ছিনজো আবেৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

চিটিবাছত হ’ব ই-টিকেটিং ব্যৱস্থা, নিয়ন্ত্ৰণ হ’ব মহানগৰীৰ চিটিবাছৰ ভাড়া!

চিটিবাছত হ’ব ই-টিকেটিং ব্যৱস্থা, নিয়ন্ত্ৰণ হ’ব মহানগৰীৰ চিটিবাছৰ ভাড়া!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8