- দিছপুৰ কলেজৰ একাউন্টৰ পৰা প্ৰৱঞ্চকৰ ধন লুট।
- কলেজৰ একাউন্টৰ পৰা প্ৰৱঞ্চকে হেক কৰি লুটি নিলে প্ৰায় ৭৬ লাখ টকা।
- বেংক অৱ বৰোডাত থকা কলেজৰ একাউন্টৰ পৰা হয় এই লুট।
- ইতিমধ্যে দিছপুৰ থানাত গোচৰ ৰুজু কৰিছে কলেজ কৰ্তৃপক্ষই।
- আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বুলি দিছপুৰ আৰক্ষী থানাৰ শীৰ্ষ বিষয়া হিমাংশু দাসে জানিবলৈ দিয়ে।