• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মণিপুৰৰ ভূমিস্খলনস্থলীৰ পৰা ৫ গৰাকীক লৈ অসম পালেহি পীয়ূষ হাজৰিকা!

বৰ্তমানলৈকে মণিপুৰত অসমৰ ৯ জন লোকৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
July 4, 2022
in ক্ৰাইম, অসম, উত্তৰ পূৰ্বাঞ্চল, ৰাজনীতি, সংবাদ
1 min read
0
মণিপুৰৰ ভূমিস্খলনস্থলীৰ পৰা ৫ গৰাকীক লৈ অসম পালেহি পীয়ূষ হাজৰিকা!
Share on FacebookShare on Twitter

মণিপুৰৰ টুপুলত উদ্ধাৰ হোৱা অসমৰ পাঁচজন লোকসহ আজি মণিপুৰৰ পৰা মন্ত্ৰী পীয়ূষ হাজৰিকাই বিমানযোগে গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে সংবাদ মাধ্যমক অৱগত কৰে যে তেওঁৰ লগত উপস্থিত হোৱা পাঁচোজন লোকক মৰিগাঁও জিলা প্ৰশাসনে নিজ নিজ ঘৰলৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব। উদ্ধাৰ হোৱা লোককেইজন হ’ল ক্ৰমে মণিৰাম ফুকন, ৰমেন ফুকন, মহেশ্বৰ ফুকন, জোন বসুমতাৰী আৰু প্ৰহ্লাদ বসুমতাৰী।

Landed in LGBI Airport,Guwahati today with the injured persons of Manipur landslide incident.
Initiated their health check up & sent them to their respective homes in Morigaon with the help of district administration. (1/2) pic.twitter.com/rpACqWqcvX

— Pijush Hazarika (@Pijush_hazarika) July 4, 2022

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে তেওঁৰ হাতত থকা তথ্য অনুসৰি মণিপুৰৰ টুপুলত সংঘটিত ভূমিস্খলনথলীত অসমৰ মুঠ ২৬ জন লোক আছিল। তাৰ ভিতৰত ২৪ জন কনষ্ট্ৰাকচন কোম্পানীত কাম কৰিবলৈ যোৱা শ্ৰমিক আছিল। এই ২৪ জন শ্ৰমিকৰ বাহিৰে এগৰাকী বজালীৰ আৰ্মীৰ জোৱানৰ এই ঘটনাত মৃত্যু হৈছে আৰু তেওঁৰ মৃতদেহ ইতিমধ্যে অসমলৈ অনা হৈছে। আনহাতে গোলকগঞ্জ নিৱাসী এজন ৰে’লৱেৰ ইঞ্জিনীয়াৰ বৰ্তমানেও সন্ধানহীন হৈ আছে। আজি অসমলৈ ঘূৰি অহা পাঁচোজন লোক বৰ্তমান সংকটমুক্ত বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

উল্লেখ্য যে, এই পৰ্যন্ত মণিপুৰত অসমৰ ৯ জন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে তাৰে ৮ জনৰ মৃতদেহ অসম পাইছেহি বুলিও উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে ৰবিবাৰে ঘটনাস্থলীত উদ্ধাৰ হোৱা আন এগৰাকী লোকৰ মৃতদেহ অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে বুলিও উল্লেখ কৰে। বৰ্তমানেও ১২ জন অসমৰ লোক সন্ধানহীন বুলিও সংবাদ মাধ্যমৰ আগত তেওঁ অৱগত কৰে।

Previous Post

ছাব জুনিয়ৰ নেচনেল একুৱেটিক চেম্পিয়নশ্বিপত উজ্বলিল অন্বেষা খনিকৰ

Next Post

আজিৰে পৰা গুৱাহাটী–উত্তৰ গুৱাহাটী ফেৰী সেৱা পুনৰ আৰম্ভ

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
আজিৰে পৰা গুৱাহাটী–উত্তৰ গুৱাহাটী ফেৰী সেৱা পুনৰ আৰম্ভ

আজিৰে পৰা গুৱাহাটী–উত্তৰ গুৱাহাটী ফেৰী সেৱা পুনৰ আৰম্ভ

ভয়ংকৰঃ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীৰ বেগত ওলাল ড্ৰাগছ!

মহানগৰীত মাছ বেপাৰীৰ ৰূপত এইবাৰ ড্ৰাগছ ব্যৱসায়ী!

ছয়মাহো নিটিকে সিন্দে চৰকাৰ! শাৰদ পাৱাৰৰ দাবী

ছয়মাহো নিটিকে সিন্দে চৰকাৰ! শাৰদ পাৱাৰৰ দাবী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8