• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

শৰীৰত বিষাক্ত বেজী লৈ আত্মহত্যা GMCHৰ টেকনিচিয়ান কৰ্মচাৰীৰ!

নিউজ ডেস্ক by নিউজ ডেস্ক
October 14, 2022
in ক্ৰাইম, অসম, গুৱাহাটী
1 min read
0
শৰীৰত বিষাক্ত বেজী লৈ আত্মহত্যা GMCHৰ টেকনিচিয়ান কৰ্মচাৰীৰ!
Share on FacebookShare on Twitter

গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতাল (GMCH) ত সংঘটিত হৈছে এক আত্মহত্যাৰ ঘটনা। GMCH ৰ আই.চি.ইউৰ টেকনিচিয়ান এগৰাকীয়ে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আত্মহত্যা কৰা কৰ্মচাৰীজনৰ নাম পাপু দাস। নিজ শৰীৰত বিষাক্ত বেজী লৈ আত্মহত্যা কৰে কৰ্মচাৰীজনে। উল্লেখ্য যে হাস্পতালৰ এজন জ্যেষ্ঠ বিষয়াৰ সৈতে সংঘাতত লিপ্ত হৈছিল কৰ্মচাৰীজন। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত তিনি সপ্তাহ পূৰ্বে কৰ্মত যোগদান কৰিছিল পাপু দাসে।

Previous Post

মহানগৰীৰ ছয়মাইলৰ সুৰাৰ বিপনীত অগ্নিকাণ্ড

Next Post

কামাখ্যা দৰ্শন কৰি কলাক্ষেত্ৰত চৰকাৰী কাৰ্যসূচীত অংশ ল’ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
আৰক্ষীৰ অভিযানত চোৰাং তেল পৰিবাহী টেংকাৰ জব্দ!
ক্ৰাইম

মহানগৰীত পুনৰ ডকাইতি কাণ্ড!

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
Next Post
কামাখ্যা দৰ্শন কৰি কলাক্ষেত্ৰত চৰকাৰী কাৰ্যসূচীত অংশ ল’ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

কামাখ্যা দৰ্শন কৰি কলাক্ষেত্ৰত চৰকাৰী কাৰ্যসূচীত অংশ ল'ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচন আয়োগে তৰা গোচৰ খাৰিজ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ Z+ নিৰাপত্তা!

কোকৰাঝাৰৰ DTO সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

কোকৰাঝাৰৰ DTO সোমেশ্বৰ ব্ৰহ্ম মুছাহাৰীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8