• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

১ শতাংশ কমিছন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ স্বাস্থ্যমন্ত্ৰী!

নিউজ ডেস্ক by নিউজ ডেস্ক
May 24, 2022
in ক্ৰাইম, ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
১ শতাংশ কমিছন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ স্বাস্থ্যমন্ত্ৰী!
Share on FacebookShare on Twitter

দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় এগৰাকী স্বাস্থ্যমন্ত্ৰীক। এই ঘটনা সংঘটিত হৈছে পঞ্জাৱত। পঞ্জাৱৰ স্বাস্থ্য মন্ত্ৰী বিজয় সিংগলাক তেওঁৰ পদৰ পৰা বৰ্খাস্ত কৰাৰ পাছতেই গ্ৰেপ্তাৰ কৰা হয়। মন্ত্ৰী গৰাকীয়ে কামৰ টেণ্ডাৰৰ নামত ১ শতাংশ কমিছন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে।

এন্টি কৰাপশ্যন ব্ৰান্সে ভ্ৰষ্টাচাৰৰ অভিযোগত মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে, আজি কিছু সময় পূৰ্বেই মুখ্যমন্ত্ৰী ভগৱন্ত মানেই স্বাস্থ্যমন্ত্ৰী সিংগলাক বৰ্খাস্ত কৰিছিল আৰু আৰক্ষীক তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছিল।

বৰ্খাস্ত কৰিয়েই মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, মই সিংগলাৰ বিৰুদ্ধে কঠোৰ তদন্ত কৰি আছো। মুখ্যমন্ত্ৰী মানেৰ মতে মন্ত্ৰী গৰাকীয়ে তেওঁৰ দোষ ইতিমধ্যে স্বীকাৰ কৰিছে।

Previous Post

প্রাতঃভ্রমণলৈ অহা ৭ জনক মহটিয়াই নিলে তীব্ৰবেগী ট্ৰাকে, নিহত ৫

Next Post

বানপীড়িত গ্ৰাহকলৈ এয়াৰটেলে আগবঢ়াইছে আনলিমিটেড কলিং-ডাটা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
বানপীড়িত গ্ৰাহকলৈ এয়াৰটেলে আগবঢ়াইছে আনলিমিটেড কলিং-ডাটা

বানপীড়িত গ্ৰাহকলৈ এয়াৰটেলে আগবঢ়াইছে আনলিমিটেড কলিং-ডাটা

আলফা(স্বা)ত যোগদান ১২ যুৱকৰ!

আলফা(স্বা)ত যোগদান ১২ যুৱকৰ!

HDFC বেংকৰ বিটুবি ফাৰ্মা মাৰ্কেটপ্লেছ ৰিটেইলিঅ’ৰে অংশীদাৰিত্বৰে কো-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড মুকলি

HDFC বেংকৰ বিটুবি ফাৰ্মা মাৰ্কেটপ্লেছ ৰিটেইলিঅ’ৰে অংশীদাৰিত্বৰে কো-ব্ৰেণ্ডেড ক্ৰেডিট কাৰ্ড মুকলি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8