• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মোৰ ল’ৰাক সহায় কৰকঃ চিত্ৰশিল্পী নীলম মহন্তৰ মাতৃৰ কাতৰ আহ্বান

নিউজ ডেস্ক by নিউজ ডেস্ক
March 28, 2022
in ক্ৰাইম, অসম, উত্তৰ পূৰ্বাঞ্চল
1 min read
0
মোৰ ল’ৰাক সহায় কৰকঃ চিত্ৰশিল্পী নীলম মহন্তৰ মাতৃৰ কাতৰ আহ্বান
Share on FacebookShare on Twitter

চিত্ৰশিল্পী নীলম মহন্তক অৰুণাচল আৰক্ষীয়ে দেওবাৰে নদীবান্ধ বিৰোধী ছবি অংকণ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰে।  অৰুণাচল আৰক্ষীৰ ৰোষত পৰা চিত্ৰশিল্পী নীলম মহন্তক বৰ্তমানলৈকে মুকলি কৰি দিয়া নাই। হঠাতে ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা চিত্ৰশিল্পীগৰাকীক লৈ চিন্তিত হৈ পৰিছে তেওঁৰ মাতৃ।

সংবাদ মাধ্যম যোগে নীলম মহন্তৰ মাতৃয়ে ৰাজ্যবাসীক সহায়ৰ বাবে আহ্বান কৰিছে। তেওঁ কয়- এই জটিল সময়ত মোৰ ল’ৰাক সকলোৱে সহায় কৰক। উল্লেখ্য যে, বৃহৎ নদীবন্ধৰ বিৰোধিতাৰে নীলিম মহন্তই অংকন কৰিছিল এখন চিত্ৰ। নদীবান্ধ বিৰোধী চিত্ৰ অংকন কৰিছিল অৰুণাচলৰ সচিবালয়ৰ দেৱালত। অৰুণাচল প্ৰদেশৰ ৫০ বছৰ পূৰ্তি স্মৰণীয় দেৱালত NO BIG DAM লিখাৰ অভিযোগ নীলিম মহন্তৰ বিৰুদ্ধে।

Previous Post

দেশৰ বহু ৰাজ্যত সংখ্যালঘুৰ মৰ্যাদা লাভ কৰিব পাৰে হিন্দুৱে!

Next Post

৩দিনত RRRৰ উপাৰ্জন ১, ২৩৫কোটিঃ বাহুবলী-২কো পেলালে চেৰ

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
Next Post
৩দিনত RRRৰ উপাৰ্জন ১, ২৩৫কোটিঃ বাহুবলী-২কো পেলালে চেৰ

৩দিনত RRRৰ উপাৰ্জন ১, ২৩৫কোটিঃ বাহুবলী-২কো পেলালে চেৰ

এটা ন’ বলে কাঢ়িলে ভাৰতৰ বিশ্বকাপৰ সপোন

এটা ন’ বলে কাঢ়িলে ভাৰতৰ বিশ্বকাপৰ সপোন

পাণ্ডুত আবকাৰী অভিযানত চুলাই মদসহ ২মহিলাক আটক

পাণ্ডুত আবকাৰী অভিযানত চুলাই মদসহ ২মহিলাক আটক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8