• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

চিৰিয়াখানাৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল হীৰেন গোহাঁই

নিউজ ডেস্ক by নিউজ ডেস্ক
December 29, 2022
in ক্ৰাইম, গুৱাহাটী, ৰাজনীতি
1 min read
0
চিৰিয়াখানাৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ ওলাই আহিল হীৰেন গোহাঁই
Share on FacebookShare on Twitter

অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যানৰ সন্মুখত আজি চিৰিয়াখানা সুৰক্ষা মঞ্চই প্ৰতিবাদ সাব্যস্ত কৰে। আৰু এই প্ৰতিবাদলৈ সহাৰি জনাই বুদ্ধিজিৱী ড০ হীৰেন গোহাঁই, কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ আদিও প্ৰতিবাদস্থলীত উপস্থিত হয়।

প্ৰতিবাদকাৰীসকলে চিৰিয়াখানাৰ পৰা বিভিন্ন জন্তু আম্বানীৰ গুজৰাটৰ চিৰিয়াখানালৈ প্ৰেৰণ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। চিৰিয়াখানাৰ পৰা ইতিমধ্যে প্ৰেৰণ কৰা জীৱ, জন্তুবোৰ পুনৰ ঘূৰাই অনাৰো দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।

উল্লেখ্য যে, কিছুদিন ধৰি চিৰিয়াখানাৰ পৰা আম্বানিৰ চিৰিয়াখানালৈ দুস্প্ৰাপ্য ঘোং, গঁড়, ৮ শিঙীয়া হৰিণা, ৯ টা প্ৰজাতিৰ বান্দৰ আদি প্ৰেৰণ কৰিছে।

Previous Post

মহানগৰীত লক্ষাধিক মূল্যৰ ড্ৰাগছ জব্দ

Next Post

৩১ ডিচেম্বৰৰ ভিতৰত যান-বাহনৰ নথি-পত্ৰ নৱীকৰণৰ আহ্বান পৰিবহণ বিভাগৰ

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
Next Post
পৰিবহণ বিভাগৰ অভিযানত থৰকাছুটি হেৰুৱাইছে বহুজনে

৩১ ডিচেম্বৰৰ ভিতৰত যান-বাহনৰ নথি-পত্ৰ নৱীকৰণৰ আহ্বান পৰিবহণ বিভাগৰ

চিকিৎসকবিহীনভাৱে চলি আছে গাড়ীগাঁও ৰাজ্যিক চিকিৎসালয়; শীঘ্ৰে চিকিৎসক নিযুক্তিৰ দাবী

চিকিৎসকবিহীনভাৱে চলি আছে গাড়ীগাঁও ৰাজ্যিক চিকিৎসালয়; শীঘ্ৰে চিকিৎসক নিযুক্তিৰ দাবী

প্ৰবীণ সমাজ কৰ্মী বসন্ত কুমাৰ গোস্বামীৰ মৃত্যু

প্ৰবীণ সমাজ কৰ্মী বসন্ত কুমাৰ গোস্বামীৰ মৃত্যু

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8