• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

জঘন্য ঘটনাঃ ৪ দিন ধৰি কোঠাত আৱদ্ধ ৰাখি যুৱতীক নিৰ্যাতন

নিউজ ডেস্ক by নিউজ ডেস্ক
July 27, 2022
in ক্ৰাইম, গুৱাহাটী, সংবাদ
1 min read
0
জঘন্য ঘটনাঃ ৪ দিন ধৰি কোঠাত আৱদ্ধ ৰাখি যুৱতীক নিৰ্যাতন
Share on FacebookShare on Twitter

মহানগৰীৰ ভৰলুমুখত এগৰাকী যুৱতীক ৪ দিন ধৰি কোঠাৰ ভিতৰত আবদ্ধ কৰি বলাৎকাৰ কৰাৰ দৰে জঘন্য ঘটনা সংঘটিত হৈছে। মঙলবাৰে পোহৰলৈ অহা ঘটনাটোত জানিব পৰা গৈছে যে, যুৱতীগৰাকীক বলাৎকাৰৰ অন্তত হত্যাৰ চেষ্টা কৰিছিল যুৱকজনে। ঘৰৰ খিৰিকীৰে পাৰ হৈ কোনোমতে প্রাণৰক্ষা কৰা ভুক্তভোগী যুৱতীগৰাকীৰ ঘৰ হায়দৰাবাদত।

সুধিদ চৌধুৰীৰ নামৰ এজন যুৱকৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে আৰু অভিযুক্ত সুধিদৰ ঘৰ হাৰিয়ানাত।

যুৱতীগৰাকীক ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে যদিও অভিযুক্ত সুধিদ চৌধুৰী বৰ্তমানো পলাতক। আৰক্ষীয়ে যুৱকজনৰ AS-01-EP-2535 নম্বৰৰ বাহনখন জব্দ কৰিবলৈ সক্ষম হয়।

Previous Post

GPS-CCTV যোগে বিদ্যালয় কতৃপক্ষৰ কঠোৰ নিৰীক্ষণত চলিব স্কুলবাছ!

Next Post

আজি পুনৰ EDৰ তলব কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক

Related Posts

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
অসম

আজি বিশ্ব এইডছ দিৱস

December 1, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
সংবাদ

ৰাণীত জিলা পৰ্যায়ৰ কৃষক প্ৰশিক্ষণৰ সামৰণি

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
Next Post
আজি পুনৰ EDৰ তলব কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক

আজি পুনৰ EDৰ তলব কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীক

উজনিমুৱা ৰাজধানী এক্সপ্ৰেছত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

উজনিমুৱা ৰাজধানী এক্সপ্ৰেছত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

আগন্তুক শিক্ষা বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিকত বড়ো মাধ্যম প্ৰৱৰ্তন

আগন্তুক শিক্ষা বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিকত বড়ো মাধ্যম প্ৰৱৰ্তন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8