- হাজোত ভয়ংকৰ পথ দুৰ্ঘটনা।
- গুৱাহাটী অভিমুখী ASTCৰ বাছৰ পিছফালে খুন্দা আন এখন বাছৰ।
- দুয়োখন বাছৰে কেইবাজনো যাত্রী গুৰুতৰভাৱে আহত।
- হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্রত ভৰ্তি কৰা হৈছে আহত সকলক।
- দমদমা কলেজৰ সন্মুখত সংঘটিত এই দুৰ্ঘটনা।
এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪
© 2021 All Rights Reserved | Headline8