• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

বিশ্বনাথ চাৰিআলিত বৃহৎ গাড়ী চোৰ চক্ৰক গ্ৰেপ্তাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
October 25, 2022
in ক্ৰাইম, অসম, সংবাদ
1 min read
0
বিশ্বনাথ চাৰিআলিত বৃহৎ গাড়ী চোৰ চক্ৰক গ্ৰেপ্তাৰ
Share on FacebookShare on Twitter

বিশ্বনাথ চাৰিআলিত এক বৃহৎ গাড়ী চোৰ চক্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী। গ্ৰেপ্তাৰ কৰা ৫ জনীয়া এই চোৰৰ দলটোত দুগৰাকী মহিলাও আছে। ফেভ উইল্চ নামৰ গুৱাহাটী গাড়ী এজেঞ্চিৰ পৰা ৭ জন লোকে এখন XUV300 আৰু এখন বলেৰ গাড়ী যোৱা ২০ অক্টোবৰ তাৰিখে শোণিতপুৰলৈ যাম বুলি ভাড়া কৰি আনিছিল যদিও গাড়ীসহ মানুহ নিৰুদ্দেশ হ’ল। গাড়ী ভাড়া কৰি অনা সাতোজন লোকৰে মোবাইল চুইট্চ অফ হৈ পৰাত এজেঞ্চিৰ লোকসকলে বুজি পালে যে চুৰি চক্ৰই তেওঁলোকৰ গাড়ী চোৰ কৰিলে বুলি। কিন্তু গাড়ীত জি পি এছ লগাই ৰখাৰ ভিত্তিত এজেঞ্চিৰ লোকসকলে গাড়ীকেইখন ট্ৰেক কৰাত দেখা পাই যে, তেওঁলোকৰ গাড়ী কেইখন বিশ্বনাথ চাৰিআলিতে ৰৈ আছে। যাৰ ভিত্তিত এজেঞ্চিৰ লোকসকলে আজি বিশ্বনাথ চাৰিআলিত আহি উপস্হিত হৈ দেখা পাই যে, বিশ্বনাথ নগৰস্থিত এখন ল’জৰ সন্মুখত তেওঁলোকৰ গাড়ীখন ৰখাই থোৱা অৱস্থাত আছে।

এজেঞ্চিৰ লোকসকলে কিছু সময় তেওঁলোকৰ গাড়ীৰ কাষতে ৰৈ দিয়ে আৰু কিছু সময়ৰ পিছত গাড়ীখনৰ কাষত এজন গাড়ী চোৰ অহাত এজেঞ্চিৰ লোকসকলে চোৰ জনক ধৰিবলৈ সক্ষম হয়। সেই চোৰজনক ধৰাৰ পিছত এজেঞ্চিৰ লোকসকলে জানিব পাৰে যে, সম্পূৰ্ণ চোৰৰ দলটোৱে কেইবাদিন ধৰি বিশ্বনাথ নগৰস্থিত এখন ল’জত বাহৰ পাতি আছিল। লগে লগে এজেঞ্চিৰ লোকসকলে বিশ্বনাথ আৰক্ষীৰ সহযোগত চোৰৰ দলটোক ধৰিবলৈ সক্ষম হয় যদিও আৰক্ষীৰ দল উক্ত বাহৰ পাতি থকা স্থানত পোৱাৰ পূৰ্বেই দুজন চোৰ পলায়ন কৰিবলৈ সক্ষম হয়।

এই চোৰৰ দলটোৰ মাজত আছে এগৰাকী যুৱতী আৰু এগৰাকী মহিলা। চোৰ কেইজন ক্ৰমে তৰুণ কুমাৰ বালমিকি, তাৰিফ আব্দুলা, জুপিতৰা দাস, পংকজ কুমাৰ চাহু, ভূমিকা মিকিৰ। আনহাতে বিশ্বনাথত এই চোৰৰ দলটোৰ পৰা বলেৰ’ গাড়ীখনৰ লগতে আন এখন বেলেগ এজেঞ্চিৰ পৰা অনা স্কৰপিঅ’ গাড়ীও উদ্ধাৰ কৰা হৈছে। 

Previous Post

ICU ত চিকিৎসাধানী অভিনেতা নিপন গোস্বামী

Next Post

ভাৰতীয় মূলৰ ঋষি চুনাক ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী !

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
ভাৰতীয় মূলৰ ঋষি চুনাক ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী !

ভাৰতীয় মূলৰ ঋষি চুনাক ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী !

চাকিৰ জুইত অগ্নিদগ্ধ এখন বাছ

চাকিৰ জুইত অগ্নিদগ্ধ এখন বাছ

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সতৰ্কবাণী ক’ভিড এতিয়াও শেষ হোৱা নাই

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সতৰ্কবাণী ক'ভিড এতিয়াও শেষ হোৱা নাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8