• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

আয়কৰৰ অভিযানঃ সাঙোৰ খাইছে ভাগ্য কলিতাসহ বন বিষয়াৰ নাম

নিউজ ডেস্ক by নিউজ ডেস্ক
May 19, 2022
in ক্ৰাইম, অসম, সংবাদ
1 min read
0
আয়কৰৰ অভিযানঃ সাঙোৰ খাইছে ভাগ্য কলিতাসহ বন বিষয়াৰ নাম
Share on FacebookShare on Twitter

গুৱাহাটী বিমান বন্দৰৰ কাষত ৯০ বিঘা মাটিৰ এক চৌহদত আছে ৫ টাকৈ বৃহৎ বৃহৎ গোডাম ঘৰ। গোডাম কেইটাৰ পৰা পোৱা ভাড়াৰ ধন লাভ কৰে গুৱাহাটীৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে। বহু বিতৰ্কিত এইগৰাকী ব্যৱসায়ীৰ ঘৰত আয়কৰ বিভাগে চলোৱা তালাচীৰ সময়তে বৰঝাৰৰ এই সম্পত্তিৰ সূত্ৰ বিভাগটোৱে লাভ কৰিছিল। সেই সূত্ৰৰ আধাৰতে দুটা বছৰ তদন্ত চলোৱাৰ অন্তত ৰাণী মৌজাৰ অন্তৰ্গত কাঁহিকুচি পঞ্চায়ত এলেকাৰ দক্ষিণ গাঁৱত থকা গোডাম কেইটা থকা প্ৰায় ৯০ বিঘা মাটি বুধবাৰে আয়কৰ বিভাগে চীল কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বিশেষ সূত্ৰৰ খবৰ মতে শৈলন দাস, বনমালী দাস আৰু গণেশ দাস নামৰ ৩ জন লোকৰ নামত এই মাটিখিনি থাকিলেও আয়কৰ বিভাগে এই বিষয়ে সোধা-পোচা কৰাত উক্ত লোক কেইজনে জানিবলৈ দিয়ে যে, সেই সম্পত্তি তেওঁলোকৰ নহয়। তেওঁলোকৰ নামত যদি কোনোবাই কিনিছে তেওঁলোকে সেই বিষয়ে নাজানে।

ইয়াৰ শৈলন দাস নামৰ লোকজন আকৌ হ’ল বন বিভাগৰ এক উচ্চপদস্থ বিষয়া। আশ্চৰ্যজনক কথাটো হ’ল এই তিনিগৰাকী ব্যক্তিৰ নামত থকা মাটিখিনিৰ গোডাম ঘৰ সমূহ যি কেইটা কোম্পানীক ভাড়া দি থোৱা আছে সেই ভাড়াৰ ধন আকৌ জমা হয় ইউনিভাৰ্চেল লজিষ্টিক পাৰ্ক নামৰ এটি ব্যৱসায়িক সংস্থাৰ একাউণ্টত। এই সংস্থাৰ আঁৰৰ মালিক বোলে প্ৰখ্যাত ব্যৱসায়ী ভাগ্য কলিতা !

ঘৰৰ মালিকানা সন্দৰ্ভত সোধাপোচাৰ বাবে আয়কৰ বিভাগে ৩ বাৰকৈ জাননী জাৰি কৰাৰ পিছতো তেওঁ উপস্থিত নোহোৱাত অৱশেষত আয়কৰ বিভাগৰ বেনামী সম্পত্তি প্ৰতিৰোধ শাখাৰ তৰফৰ পৰা বুধবাৰে প্ৰায় ডেৰশ কোটি টকা মূল্যৰ এই বৃহৎ সম্পত্তি চীল কৰি দিয়া বুলি জানিব পৰা গৈছে।

Previous Post

অইলত কূটাঘাতৰ পৰিকল্পনা নাই আলফাৰঃ পৰেশ বৰুৱাৰ প্ৰতিক্ৰিয়া

Next Post

নৱজ্যিত সিং সিদ্ধু যাব লাগিব জেললৈ!

Related Posts

মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান
সংবাদ

পশ্চিম ৰামচাৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ত অসম মহিলা অভিযন্তা সন্থাৰ দুই কৰ্মকৰ্তাৰ গ্ৰন্থ দান

June 8, 2023
ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস
শিক্ষা

ৱেষ্ট গুৱাহাটী কলেজ অৱ এডুকেশ্বনত বিশ্ব খাদ্য সুৰক্ষা দিৱস

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ
অসম

অসমৰ প্ৰথম তেল পাম বাগিচা, কৃষক সমাজৰ বাবে গেম-চেঞ্জাৰ

June 8, 2023
অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!
সংবাদ

অম্বুবাচী মেলাৰ সময়ত অনুষ্ঠিত কৰিব নোৱাৰিব পৰীক্ষা!

June 7, 2023
Next Post
নৱজ্যিত সিং সিদ্ধু যাব লাগিব জেললৈ!

নৱজ্যিত সিং সিদ্ধু যাব লাগিব জেললৈ!

ড্ৰোন-ডেলিভাৰী! আপুনি ব্যৱহাৰ কৰিছে নে?

ড্ৰোন-ডেলিভাৰী! আপুনি ব্যৱহাৰ কৰিছে নে?

বিজেপি চৰকাৰে ভাবিবলৈ লৈছে তেওঁলোকৰ বিৰুদ্ধে মাত মাতিবলৈ কোনো নাই : অখিল গগৈ

বিজেপি চৰকাৰে ভাবিবলৈ লৈছে তেওঁলোকৰ বিৰুদ্ধে মাত মাতিবলৈ কোনো নাই : অখিল গগৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8