• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত জৈইচ-ই-মহম্মদৰ সন্ত্ৰাসবাদী সদস্য নিহত

নিউজ ডেস্ক by নিউজ ডেস্ক
November 11, 2022
in ক্ৰাইম, ৰাষ্ট্ৰীয়
1 min read
0
জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ গুলীত জৈইচ-ই-মহম্মদৰ সন্ত্ৰাসবাদী সদস্য নিহত
Share on FacebookShare on Twitter

আজি জম্মু-কাশ্মীৰৰ শ্বপিয়ান জিলাত নিৰাপত্তাৰক্ষীৰ গুলীত এজন সন্ত্ৰাসবাদী দল জৈইচ-ই-মহম্মদৰ সদস্য নিহত হয়। উল্লেখ্য যে, নিৰাপত্তাৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত শ্বপিয়ানৰ কাপ্ৰেন অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ খবৰ লাভ কৰি এই অভিযান আৰম্ভ কৰিছিল।

সন্ত্ৰাসবাদীসকলে নিৰাপত্তাৰক্ষী দলৰ ওপৰত গুলী চালনা কৰাৰ ফলত দুয়ো পক্ষৰ মাজত গুলীয়াগুলী হৈছিল। এই গুলীয়াগুলীতে নিহক হয় সন্ত্ৰাসবাদী জন।

নিহত সন্ত্ৰাসবাদীজনক কুলগাম-শ্বপিয়ান অঞ্চলত সক্ৰিয় হৈ থকা কামৰান ভাই ওৰফে হানিছ বুলি চিনাক্ত কৰা হৈছে। এতিয়াও উক্ত অঞ্চলত অভিযান অব্যাহত আছে।

Previous Post

JNUত দুই ছাত্ৰ গোটৰ মাজত পুনৰ সংঘাত!

Next Post

ইউক্ৰেইনৰ পৰা ঘূৰি অহা ভাৰতীয় শিক্ষাৰ্থীলৈ ৰাছিয়াই দিছে সুযোগ!

Related Posts

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !
ক্ৰাইম

অমৰনাথ যাত্ৰালৈ সন্ত্ৰাসবাদীৰ ভাবুকি !

June 9, 2023
আৰক্ষীৰ অভিযানত ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ
ক্ৰাইম

নৱজ্যোতি কাকতি নামৰ ড্ৰাগছ সৰবৰাহকাৰী এজনক তামিলনাডু আৰক্ষীৰ গ্ৰেপ্তাৰ

June 9, 2023
মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, GMCHত ভৰ্তি
ক্ৰাইম

ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত লিটিল ফ্লাৱাৰ স্কুলৰ ছাত্ৰী নিহত

June 8, 2023
যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ
সংবাদ

যোৰাবাটত আমচাং বন্যপ্ৰাণী অভয়াৰণ্যৰ সংলগ্ন পাহাৰত মাটি কটা জে চি বি জব্দ বনকৰ্মীৰ

June 8, 2023
টিহুত ট্ৰাক চালকক মাৰপিট কৰি নিলম্বিত হ’ল দুই আৰক্ষী!
ক্ৰাইম

টিহুত ট্ৰাক চালকক মাৰপিট কৰি নিলম্বিত হ’ল দুই আৰক্ষী!

June 7, 2023
সোণাপুৰত গেছ পৰিবাহী বাহন দুৰ্ঘটনাগ্রস্ত
ক্ৰাইম

সোণাপুৰত গেছ পৰিবাহী বাহন দুৰ্ঘটনাগ্রস্ত

June 7, 2023
Next Post
ইউক্ৰেইনৰ পৰা ঘূৰি অহা ভাৰতীয় শিক্ষাৰ্থীলৈ ৰাছিয়াই দিছে সুযোগ!

ইউক্ৰেইনৰ পৰা ঘূৰি অহা ভাৰতীয় শিক্ষাৰ্থীলৈ ৰাছিয়াই দিছে সুযোগ!

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

২০২৩ বৰ্ষত ভাৰতৰ জনসংখ্যাই চীনক অতিক্ৰম কৰিব!

২০২৩ বৰ্ষত ভাৰতৰ জনসংখ্যাই চীনক অতিক্ৰম কৰিব!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8