• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

জে বি কলেজৰ ৰেগিং কাণ্ড: ১২ গৰাকী ছাত্ৰৰ বিৰুদ্ধে এজাহাৰ কলেজ কৰ্তৃপক্ষৰ!

নিউজ ডেস্ক by নিউজ ডেস্ক
December 2, 2022
in ক্ৰাইম, অসম
1 min read
0
জে বি কলেজৰ ৰেগিং কাণ্ড: ১২ গৰাকী ছাত্ৰৰ বিৰুদ্ধে এজাহাৰ কলেজ কৰ্তৃপক্ষৰ!
Share on FacebookShare on Twitter

যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰাবাসত সংঘটিত ৰেগিঙ কাণ্ডই শেহতীয়াকৈ নতুন মোৰ লৈছে। হোষ্টেলৰ ৰেগিং কাণ্ড সন্দৰ্ভত কলেজ কৰ্তৃপক্ষই ১২ গৰাকী ছাত্ৰৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ভুক্তভোগী এগৰাকী ছাত্ৰই ৰেগিং সন্দৰ্ভত কলেজ কৰ্তৃপক্ষক অভিযোগ দিছিল যদিও পৰৱৰ্তী সময়ত ছাত্ৰজনে সেই অভিযোগ উঠায় লৈছিল। কিন্তু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডই সমগ্ৰ অসমতে চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে জে বি কলেজৰ এই হোষ্টেল ত্যাগ কৰিব লগা হোৱা ভুক্তভোগী ছাত্ৰগৰাকীয়ে পুনৰ কলেজ কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰে।

এই অভিযোগ পত্ৰত জে বি কলেজৰ হোষ্টেলত ৮ গৰাকী ছাত্ৰ আৰু এগৰাকী প্ৰাক্তন ছাত্ৰৰ বিৰুদ্ধে হোষ্টেলত ৰেগিং কৰাৰ অভিযোগ উঠিছে। আনহাতে, তিনিগৰাকী ছাত্ৰৰ বিৰুদ্ধে ভুক্তভোগী ছাত্ৰক অভিযোগ উঠাই ল’বলৈ ভাবুকি দিয়াৰ অভিযোগ উঠিছে। ইতিমধ্যে বৃহস্পতিবাৰে মহাবিদ্যালয়খনত এই সন্দৰ্ভত হোৱা আলোচনাৰ পিছত এই ১২ গৰাকী ছাত্ৰৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰে কলেজ কৰ্তৃপক্ষই। দ্বিতীয়তে মহাবিদ্যালয়খনৰ এণ্টি ৰেগিং কমিটীয়ে সমগ্ৰ ৰেগিঙৰ ঘটনাৰ ওপৰত অনুসন্ধান কৰি এসপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব বুলি জানিবলৈ দিছে।

Previous Post

আজিৰ দিনটোৰ ৰাশিফল

Next Post

আজি চুকাফা দিৱস তথা অসম দিৱস

Related Posts

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন
সংবাদ

আজি প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপজা দিন

October 3, 2023
আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
Next Post
আজি চুকাফা দিৱস তথা অসম দিৱস

আজি চুকাফা দিৱস তথা অসম দিৱস

শিক্ষা আৰু শক্তি বিভাগৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

শিক্ষা আৰু শক্তি বিভাগৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

পাণ্ডু-কামাখ্যা সংযোগী পথ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

পাণ্ডু-কামাখ্যা সংযোগী পথ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8