• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

এয়া মধ্যযুগ নেকি য’ত মহিলাক জ্বলাই দিয়া হয়?- উচ্চতম ন্যায়ালয়লৈ প্ৰশ্ন কংগনাৰ

Manoranjan Majumder by Manoranjan Majumder
February 2, 2021
in ক্ৰাইম
1 min read
0
Kangan Ranawat
Share on FacebookShare on Twitter

শুকুৰবাৰৰ দিনটো অভিনেত্ৰী কংগনা ৰানাৱটে যথেষ্ট অশান্তিৰ মাজেৰে কটালে।

বান্দ্ৰা আৰক্ষী থানাত হাজিৰ হোৱাৰ পিছত অভিনেত্ৰীগৰাকীয়ে ছচিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰে।

ভিডিঅ’টোৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে উচ্চতম ন্যায়ালয়ক উদ্দেশ্যি কেইবাটাও প্ৰশ্ন উত্থাপন কৰে।

কংগনাই এই কথাটোত ক্ষোভ প্ৰকাশ কৰে যে তেওঁ নিজৰ বিচাৰধাৰা উপস্থাপন কৰিবলৈও সুবিধা প্ৰদান নকৰিলে।

https://twitter.com/KanganaTeam/status/1347433867683131393?s=20

কংগনা ৰানাৱটে উজাৰিলে ক্ষোভ
ভাইৰেল হোৱা ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰা হৈছে।

তেওঁৰ জ্যেষ্ঠ ভগ্নী ৰংগোলীকো ধাৰাবাহিকভাৱে লক্ষ্য কৰি লোৱা হৈছে।

তেওঁ ক’লে যে- যেতিয়াৰে পৰা মই দেশৰ হিতাৰ্থে কথা ক’বলৈ আৰম্ভ কৰিছো, মোক শোষণ কৰিবলৈ আৰম্ভ কৰিছে,

বেআইনীভাৱে মোৰ ঘৰ ভাঙি দিয়া হ’ল, হাঁহিলেও মোৰ বিৰুদ্ধে গোচৰ ৰজু কৰা হয়।

ইফালে থানাত হাজিৰ হোৱা কথাটোটো তেওঁক ক্ষুব্ধ দেখা পোৱা গ’ল।

তেওঁক আৰক্ষী থানাত হাজিৰ হ’বলৈ কোৱা হয় কিন্তু এই কথাটো নকয় যে ক’ত হাজিৰ হ’ব লাগে।

উচ্চতম ন্যায়ালয়লৈ কংগনাৰ প্ৰশ্ন
ভিডিঅ’টোত কংগনা ৰানাৱটে দেশৰ আদালতৰ সন্মুখতো গম্ভীৰ প্ৰশ্ন উত্থাপন কৰিছে।

তেওঁৰ মতে তেওঁক এইখন দেশত নিজৰ বিচাৰধাৰা মুকলিভাৱে উপস্থাপন কৰিবলৈ দিয়া হোৱা নায়।

এই সন্দৰ্ভত তেওঁ কয় যে- মই উচ্চতম ন্যায়ালয়ক সুধিব বিচাৰো যে,

এইটো কি মধ্যযুগ নেকি য’ত মহিলাসকলক জ্বলাই দিয়া হয়, য’ত তেওঁলোকে একো কথা ক’বও নোৱাৰে, এইধৰণৰ অত্যাচাৰ সমগ্ৰ বিশ্বৰ সন্মুখতে ঘটি আছে।

Photo: Google

Tags: BollywoodKangana Ranawatsupreame Courtউচ্চতম ন্যায়ালয়কংগনা ৰানাৱট
Previous Post

Breaking: দৰঙত ৬জন আলফা(স্বাধীন)ৰ কেডাৰ গ্ৰেপ্তাৰ

Next Post

আছু ত্যাগ কৰিলে ছাত্ৰ সন্থাৰ উপদেষ্টা লিখন বৰুৱাই

Related Posts

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড
ক্ৰাইম

কামৰূপৰ পলাশবাৰীত ভয়ংকৰ অগ্নিকাণ্ড

January 25, 2023
কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!
অসম

কামাখ্যাৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জব্দ বহু পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ!

January 25, 2023
শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!
ক্ৰাইম

শ্বাহৰুখ খানৰ বিৰুদ্ধে গোচৰ গীতানগৰ থানাত!

January 24, 2023
গুৱাহাটী- ডিগবৈ অভিমুখী নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত, আহত ১০ যাত্ৰী
ক্ৰাইম

শৰাইঘাট দলঙত দুৰ্ঘটনা

January 23, 2023
Next Post
Likhan Baruah

আছু ত্যাগ কৰিলে ছাত্ৰ সন্থাৰ উপদেষ্টা লিখন বৰুৱাই

Akhil Gogoi and his links with Maoist factions

মাওবাদীৰ সৈতে সম্পর্ক থকাৰ অভিযোগত গ্রেপ্তাৰ হৈছিল অখিল গগৈ

avian influenza

বহিঃৰাজ্যৰ পৰা কুকুৰাৰ আমদানিত নিষেধাজ্ঞা আৰোপ ৰাজ্য চৰকাৰৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8