• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

EDৰ কাৰ্যালয়ত বহুৱাই ৰাখিলেই মোৰ আচৰণ সলনি হৈ নাযায়ঃ ৰাহুল গান্ধী

নিউজ ডেস্ক by নিউজ ডেস্ক
July 2, 2022
in ক্ৰাইম, ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
EDৰ কাৰ্যালয়ত বহুৱাই ৰাখিলেই মোৰ আচৰণ সলনি হৈ নাযায়ঃ ৰাহুল গান্ধী
Share on FacebookShare on Twitter

EDৰ ধাৰাবাহিক জেৰাৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈয়ে আছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী৷ EDৰ জেৰা সংক্ৰান্তত মুখ খুলি ৰাহুল গান্ধীয়ে কয়, প্ৰধানমন্ত্ৰীয়ে মোক ED কাৰ্যালয়ত বহিবলৈ দি মোৰ আচৰণ সলনি কৰিব নোৱাৰে৷

প্ৰৱৰ্তন সঞ্চালকালয় (ED)ৰ জেৰাৰ পাছত প্ৰথমবাৰৰ বাবে ৱায়ানাড সমষ্টি পৰিদৰ্শন কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়, এনে বহুলোক আছে যাৰ আচৰণ হিংসা বা ভাবুকিৰ দ্বাৰা গঢ় দিব নোৱাৰি। ভাৰত চৰকাৰ অথবা প্ৰধানমন্ত্ৰীয়ে ভাবে যে মোক পাঁচ দিনৰ বাবে ED কাৰ্যালয়ত বহিবলৈ দিলেই মই মোৰ আচৰণ সলনি কৰিম। একেদৰে, চিপিএমে বিশ্বাস কৰে যে মোৰ কাৰ্যালয় ভাঙিলে মই মোৰ আচৰণ সলনি কৰিম৷ মোৰ দেশৰ জনসাধাৰণৰ প্ৰতি থকা মোৰ মৰমৰ দ্বাৰা মোৰ আচৰণ গঢ় লৈ উঠিছে। দেশৰ পৰিশ্ৰমী জনসাধাৰণৰ প্ৰতি স্নেহৰ দ্বাৰা গঢ় লৈ উঠে। ইয়াক কেতিয়াও মোৰ বিৰোধী বা মোৰ শত্ৰুসকলে গঢ় দিব নোৱাৰে’।

উল্লেখ্য যে, নেচনেল হেৰাল্ড মানি লণ্ডাৰিং গোচৰৰ সন্দৰ্ভত গান্ধীক যোৱা মাহত দিল্লীত পাঁচ দিনৰ বাবে প্ৰৱৰ্তন সঞ্চালকালয়ে সোধা-পোছা কৰিছিল। আনহাতে, ২৪ জুনত চিপিআই(এম)ৰ যুৱ শাখা ষ্টুডেণ্টছ ফেডাৰেচন অব্ ইণ্ডিয়াই (এছএফআই) এক পদযাত্ৰা উলিয়াই ৱায়ানাডত ৰাহুল গান্ধীৰ কাৰ্যালয় ভাঙি চূৰমাৰ কৰে৷

ৱায়ানাডৰ চুলতান বাথেৰীৰ গান্ধী স্কোৱেৰত এখন ৰাজহুৱা সভাত ভাষণ দি কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকীয়ে কয়, বিজেপি আৰু চিপিআই(এম) দুয়োটা দলে হিংসাত বিশ্বাস কৰে। দুয়োটা ৰাজনৈতিক দলে ভাবে যে হিংসাত্মক আচৰণ কৰি তেওঁলোকে মানুহক ভয় খুৱাব পাৰে। এইটো তেওঁলোকৰ মনত থকা এটা গভীৰ বিভ্ৰান্তি। কিয়নো তেওঁলোকৰ সাহসৰ অভাৱ হৈছে৷ তেওঁলোকে ভাবে যে হিংসাই আনলোকৰ আচৰণক আকাৰ দিব পাৰে। কিন্তু, সেয়া নহয়৷ কিয়নো এনে বহুলোক আছে যাৰ আচৰণ হিংসা বা ভাবুকিৰ দ্বাৰা গঢ় দিব নোৱাৰি৷ ৰাহুল গান্ধীৰ এই মন্তব্যই আজি কেইবাটাও তাৎপৰ্যপূৰ্ণ দিশৰ উন্মোচন কৰিলে বুলি চৰ্চিত হৈছে৷

Previous Post

কাঁহিকুছিৰ SIPRDসহ বিভিন্ন প্ৰান্তত মহিলাৰ দক্ষতা বিকাশ প্ৰশিক্ষণ কাৰ্যসূচী

Next Post

ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউটক EDৰ ১০ ঘণ্টা ধৰি জেৰা!

Related Posts

আলফালৈ পুনৰ  ১০জন, চৰকাৰক প্ৰত্যাহ্বান জনোৱাত সফল আলফা!
ক্ৰাইম

চোৰাংচোৱাগিৰি! দুই কেডাৰক মৃত্যুদণ্ড আলফা (স্বাঃ)ৰ

October 3, 2023
নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
সুৰামত্ত চালক! মহানগৰীত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত
ক্ৰাইম

চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

October 2, 2023
আজি গান্ধী জয়ন্তী
ৰাজনীতি

আজি গান্ধী জয়ন্তী

October 2, 2023
Next Post
ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউটক EDৰ ১০ ঘণ্টা ধৰি জেৰা!

ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউটক EDৰ ১০ ঘণ্টা ধৰি জেৰা!

ন’নে জিলাৰ ভূমিস্খলনত সন্ধানহীনক উদ্ধাৰৰ বাবে সেনাই ব্যৱহাৰ কৰিব অত্যাধুনিক প্ৰযুক্তি

ন’নে জিলাৰ ভূমিস্খলনত সন্ধানহীনক উদ্ধাৰৰ বাবে সেনাই ব্যৱহাৰ কৰিব অত্যাধুনিক প্ৰযুক্তি

পুনৰ মহানগৰীত অগ্নিকাণ্ড

অগ্নিকাণ্ডত ভস্মীভূত বশিষ্ঠৰ এটা মিঠাইৰ কাৰখানা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8