• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নুমলীগড় শোধনাগাৰত ট্ৰাকৰ চেপাত শ্ৰমিকৰ মৃত্যু

নিউজ ডেস্ক by নিউজ ডেস্ক
December 24, 2022
in ক্ৰাইম, অসম, গুৱাহাটী
1 min read
0
নুমলীগড় শোধনাগাৰত ট্ৰাকৰ চেপাত শ্ৰমিকৰ মৃত্যু
Share on FacebookShare on Twitter

নুমলীগড় শোধনাগাৰৰ মাৰ্কেটিং টাৰ্মিনেলত শুকুৰবাৰে এক দুৰ্ঘটনা সংঘটিত হয়৷ টাৰ্মিনেলৰ ভিতৰৰ পৰা ওলাই অহা ইউ পি ২৩ এ টি ৩৭০৪ নম্বৰৰ ৱাক্স ভৰ্তি ট্ৰাকখনৰ চেপাত ইছুক পানি নামৰ এজন অস্থায়ী শ্ৰমিকৰ মৃত্যু হয়৷ ট্ৰাকখনৰ তলত কাম কৰি থাকোতেই উক্ত ঘটনাতো সংঘটিত হয় ৷

ইতিমধ্যেই নুমলীগড় আৰক্ষীয়ে শ্ৰমিকজনক উদ্ধাৰ কৰি মুমূৰ্ষুু অবস্থাত এন আৰ এল বিবেকানন্দ কেন্দ্ৰ হাস্পিতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷ মাৰ্কেটিং টাৰ্মিনেলৰ লৰী পাৰ্কিংত বিশৃংখলভাবে চালকসকলে ট্ৰাক – টেংকাৰসমূহ পাৰ্কিং কৰাৰ ফলতে এনে ঘটনা সংঘটিত হোৱা বুলি শ্ৰমিক সকলে অভিযোগ কৰিছে৷

Previous Post

দীপলিনাক মানসিক হাৰাশাস্তি! আটক এজন

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
আৰক্ষীৰ অভিযানত চোৰাং তেল পৰিবাহী টেংকাৰ জব্দ!
ক্ৰাইম

মহানগৰীত পুনৰ ডকাইতি কাণ্ড!

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

ICICI বেংকৰ প্ৰাক্তন CEO আৰু তেওঁৰ স্বামীক গ্ৰেপ্তাৰ CBIৰ

ICICI বেংকৰ প্ৰাক্তন CEO আৰু তেওঁৰ স্বামীক গ্ৰেপ্তাৰ CBIৰ

কাঁহিকুছিৰ SIPRDৰ উদ্যোগত ডেৰমহীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি

কাঁহিকুছিৰ SIPRDৰ উদ্যোগত ডেৰমহীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8