• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণ!

নিউজ ডেস্ক by নিউজ ডেস্ক
December 5, 2022
in ক্ৰাইম, অসম, ৰাজনীতি, শিক্ষা
1 min read
0
ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীৰ আত্মসমৰ্পণ!
Share on FacebookShare on Twitter

অৱশেষত আত্মসমৰ্পণ কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল ছেত্ৰীয়ে। লেখাপানী আৰক্ষী থানাত আত্মসমৰ্পণ কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় ৰাহুল ছেত্ৰীক।  ৯ দিন ধৰি পলাতক হৈ আছিল ৰাহুল ছেত্ৰী।

ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে চমজি লৈছে ৰাহুলক। বিগত কেইদিনত অৰুণাচল প্ৰদেশত আত্মগোপন কৰি আছিল ৰাহুলে। নিৰাপত্তাহীনতাত ভুগি আত্মগোপন কৰি থকা বুলি এটা ভিডিঅ’ত উল্লেখ কৰে ৰাহুলে। এতিয়া আইনী প্ৰক্ৰিয়াত সহযোগ কৰিব বুলিও প্ৰকাশ কৰে ৰেগিং কাণ্ডৰ অভিযুক্তজনে।

গ্ৰেপ্তাৰৰ পিছতে ৰাহুল ছেত্ৰীয়ে ক’লে – ‘‘এই ঘটনাত মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই। কেনেকৈ মোৰ নাম সাঙোৰ খাইছে মই নিজে আচৰিত হৈছো। যোৱা কিছুদিনত ধূৱলি–কুঁৱলী পৰিৱেশৰ সৃষ্টি হ’ল, যাৰ বাবে মই আঁতৰি থাকিব লগা হ’ল। মোক এজন ধুৰন্ধৰ অপৰাধী হিচাপে দেখুওৱা হ’ল। সামাজিক মাধ্যমত কয়লা মাফিয়া ৰূপে দেখুওৱা হৈছে। নিৰাপত্তাহীনতাত ভুগি মই আঁতৰি আছিলো। মোক লগ পালেই যেন মাৰি পেলাব। কিন্তু এতিয়া মই আইনী প্ৰক্ৰিয়াত সহযোগ কৰিবলৈ ওলাই আহিছো।’’

ৰাহুলে কয়, মোক ৱাণ্টেড বনাই দিয়া হ’ল, সামাজিক মাধ্যমত আক্ৰমণ কৰা হ’ল। সকলোৱে জানে ন্যায়ৰ নামত কেনেকৈ এনকাউণ্টাৰ হৈ আছে। মই এতিয়া আইনক সহায়–সহযোগ কৰিব বিচাৰিছো। এই ৰেগিং কাণ্ডৰ তদন্ত হওক, সত্য আৰু ন্যায় প্ৰতিষ্ঠা হওক। ময়ো ন্যায় বিচাৰিছো আৰু আনন্দ শৰ্মায়ো ন্যায় পাওক।

Previous Post

প্ৰথমবাৰৰ বাবে ভাৰতীয় নৌসেনাত নিযুক্তি দিয়া হ’ব মহিলাক

Next Post

মঙলদৈত অগ্নিকাণ্ডত জাহ গ’ল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
কোকৰাঝাৰত দুস্কৃতিকাৰীয়ে জ্বলালে নিৰ্মীয়মাণ তিনিমহলীয়া অট্টালিকা!

মঙলদৈত অগ্নিকাণ্ডত জাহ গ’ল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

আজি CAA ৰ শুনানি, দিল্লীত উপস্থিত অসমৰ বহুকেইটা সংগঠনৰ নেতা

আজি CAA ৰ শুনানি, দিল্লীত উপস্থিত অসমৰ বহুকেইটা সংগঠনৰ নেতা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8