• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পত্নীৰ শিৰচ্ছেদ কৰি কটা মূৰ লৈ থানাত উপস্থিত হ’ল স্বামী

নিউজ ডেস্ক by নিউজ ডেস্ক
March 27, 2022
in ক্ৰাইম, News, অসম, সংবাদ
1 min read
0
পত্নীৰ শিৰচ্ছেদ কৰি কটা মূৰ লৈ থানাত উপস্থিত হ’ল স্বামী
Share on FacebookShare on Twitter

শুনিলেই গাৰ নোম শিঁয়ৰি উঠিব এটা ভয়ংকৰ ঘটনা ৷ লখিমপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা ৷ কোনো সুস্থ মানসিকতাৰ ব্যক্তিয়ে এনে ঘটনা সংঘটিত কৰিব নোৱাৰে ৷

হাতত ছিন্ন মুণ্ড লৈ থানাত এজন প্ৰৱেশ কৰিছে এজন লোক । লোকজনৰ তেজেৰে লুতুৰি পুতুৰি শৰীৰ ৷ এনে চিনেমাৰ দৰে ঘটনা বাস্তৱত সংঘটিত হৈছে ৷ হাতত পত্নীৰ কটা মূৰ লৈ শনিবাৰে নিশা লীলাবাৰী থানাত উপস্থিত হ’ল এজন লোক ৷

লোকজনৰ নাম মইনুল আলী ৷ শনিবাৰে নিশা প্ৰায় দহ বজাত দুই সন্তানৰ সন্মূখতে পত্নীক শিৰচ্ছেদ কৰে মইনুলে ৷ তাৰ পাচত পত্নীৰ কটা মূৰ হাতত লৈ আহি থানাত উপস্থিত হৈ আত্মসমৰ্পন কৰে হত্যাকাৰী মইনুল আলীয়ে ৷

জানিব পৰা মতে, দীৰ্ঘদিনৰ পৰা পত্নীক শাৰীৰিক অত্যাচাৰ চলাই আহিছিল মইনুলে ৷ আনকি হত্যাৰ আগদিনাও ঘৰৰ সা-সম্পদ ভাঙি থান-বান কৰি কাপোৰত জুই লগাই দিছিল ৷ পৰিয়ালৰ লোকৰ মতে, যোৱা কিছু দিনৰ পৰা মইনুলৰ অস্বাভাৱিক আচৰণ প্ৰত্যক্ষ কৰিছিল তেওঁলোকে ৷ তাৰ পাচতেই শনিবাৰে নিশা মইনুলে সংঘটিত কৰিলে এই নাৰকীয় কাণ্ড ৷ ইতিমধ্যে আৰক্ষীয়ে মইনুলৰ পত্নীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷

Previous Post

চেংকন

Next Post

গোলাঘাটত অনুষ্ঠিত হয় অসম চিকিৎসা সেৱা সন্থাৰ গুৰুত্বপূৰ্ণ সভা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
গোলাঘাটত অনুষ্ঠিত হয় অসম চিকিৎসা সেৱা সন্থাৰ গুৰুত্বপূৰ্ণ সভা

গোলাঘাটত অনুষ্ঠিত হয় অসম চিকিৎসা সেৱা সন্থাৰ গুৰুত্বপূৰ্ণ সভা

ৰাজ্যিক নিৰ্বাচনী আয়োগলৈ অগপৰ পত্ৰ প্ৰেৰণ

ৰাজ্যিক নিৰ্বাচনী আয়োগলৈ অগপৰ পত্ৰ প্ৰেৰণ

৮৭ সংখ্যক ‘মন কী বাত’ত কি ক’লে প্ৰধানমন্ত্ৰীয়ে ?

৮৭ সংখ্যক ‘মন কী বাত’ত কি ক'লে প্ৰধানমন্ত্ৰীয়ে ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8