• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নাহৰলগুন থানাৰ সন্মুখত ভয়াৱহ অগ্নিকাণ্ড

নিউজ ডেস্ক by নিউজ ডেস্ক
October 25, 2022
in ক্ৰাইম, উত্তৰ পূৰ্বাঞ্চল, সংবাদ
1 min read
0
মহানগৰীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ড
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ নাহৰলগুন থানাৰ সন্মুখত থকা পাচলি বজাৰত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। পুৱা ৩:৩০ মিনিটত পাচলি বজাৰত লগা জুই নিমিষতে বিয়পি পৰে ওচৰতে থকা দোকানগৃহ সমূহলৈ। ফলত শতাধিক দোকান জুয়ে আগুৰি ধৰে। প্ৰায় ৬ ঘন্টাৰ অন্তত অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ প্ৰচেষ্টাত  জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, নাহৰলগুন থানা তথা অগ্নি নিৰ্বাপক বাহিনীৰ আস্থানৰ পৰা মাত্ৰ ৫০ মিটাৰ নিলগত সংঘটিত হোৱা এই ঘটনাত জুই নিৰ্বাপনত ব্যৰ্থ হয় অগ্নি নিৰ্বাপক বাহিনী। জুই লগাৰ সময়ত পানী গাড়ীত পানী নাছিল বাবে এই জুই বিয়পি পৰে। অগ্নি নিৰ্বাপক বাহিনীৰ বিফলতাৰ বাবেই চহৰৰ মাজমজিয়াত এনে বিধ্বংসী অগ্নিকাণ্ডত দুশৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান জাহ যোৱাত ক্ষুন্ন হৈ পৰিছে স্থানীয় নাগৰিক, বজাৰ সমিতি আৰু ব্যৱসায়ীসকল।

নাহৰলগুন অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্তব্যৰত সকলো বিষয়া কৰ্মচাৰীৰ নিলম্বনৰ দাবীত শ্লগান দিয়ে উত্তেজিত ৰাইজে। ইপিনে ৱেষ্ট চিয়াং জিলাৰ আলো চহৰৰ পুলিচ কলনিতো যোৱা নিশা অগ্নিকাণ্ডত ২০ খন দোকান ভষ্মীভূত হয়।

Previous Post

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ উদ্যোগত গুৱাহাটীৰ দুখন থানাত এম্বুলেঞ্চ সেৱা মুকলি

Next Post

আজিৰ দিনটোৰ ৰাশিফল

Related Posts

বলাৎকাৰ! টিউচন কৰিবলৈ যোৱা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ
ক্ৰাইম

মহানগৰীত জলব’ৰ্ডৰ গাঁতত পৰি মৃত্যু এজন যুৱকৰ

September 23, 2023
মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!
ৰাজনীতি

মিছন বসুন্ধৰা আঁচনিৰ খতিয়ান ল’লে ৰাজ্যপালে!

September 23, 2023
ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকসকলৰ বাবে বাধ্যতামূলক আৰক্ষী সত্যাপন আৰু পঞ্জীয়ন!
ৰাজনীতি

বিহু বিকৃতকৰণক লৈ সৰৱ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা

September 23, 2023
আৰক্ষীৰ অভিযানত চোৰাং তেল পৰিবাহী টেংকাৰ জব্দ!
ক্ৰাইম

মহানগৰীত পুনৰ ডকাইতি কাণ্ড!

September 23, 2023
অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন
ক্ৰাইম

অৱশেষত প্রত্যাহাৰ হ’ল শিলচৰ NITৰ ছাত্র আন্দোলন

September 23, 2023
ব্যৱসায়

বশিষ্ঠস্থিত বিমল কাৰ্ছত নতুন নেক্সন মুকলি

September 22, 2023
Next Post
Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া ভাষাৰ বাতৰি বন্ধ কৰাকলৈ আছুৰ প্ৰতিবাদ!

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অসমীয়া ভাষাৰ বাতৰি বন্ধ কৰাকলৈ আছুৰ প্ৰতিবাদ!

মুখ্যমন্ত্ৰীৰ পৰিয়াল ক’ভিড সামগ্রী যোগানৰ লগত জড়িত নহয়ঃ পীয়ুষ হাজৰিকা

মিঞা মিউজিয়ামত সংৰক্ষণ কৰা জাকৈ, খালৈ, চাবৰেঙ আদি অসমীয়াৰ সম্পদ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8