• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

লোকসভাৰ অধ্যক্ষৰ নামত সাংসদৰ পৰা ধন বিচাৰিলে দুৰ্বৃত্তই

নিউজ ডেস্ক by নিউজ ডেস্ক
May 5, 2022
in ক্ৰাইম, ৰাজনীতি, ৰাষ্ট্ৰীয়
1 min read
0
লোকসভাৰ অধ্যক্ষৰ নামত সাংসদৰ পৰা ধন বিচাৰিলে দুৰ্বৃত্তই
Share on FacebookShare on Twitter
  • অলপতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ নামত ভুৱা WhatsApp একাউণ্ট খুলি পইচা বিচাৰি সাংসদলৈ মেছেজ প্ৰেৰণ কৰাৰ বাতৰি পোহৰলৈ আহিছে।
  • এনে দুষ্কাৰ্যত জড়িত দুৰ্বৃত্তক এতিয়াও আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাই।
  • আনহাতে, উপ–ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ ক্ষেত্ৰতো অনুৰূপ ঘটনা সংঘটিত হৈছিল।
  • অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তও তেনে দুষ্ট চক্ৰৰ বলি হৈছিল।
  • অধ্যক্ষগৰাকীয়ে টুইটযোগে জনোৱা মতে, কোনো দুষ্ট চক্ৰই অধ্যক্ষৰ নামত ভুৱা WhatApp একাউণ্ট খুলি সাংসদ সকললৈ পইচা বিচাৰি মেছেজ কৰিছে।
  • লোকসভাৰ অধ্যক্ষগৰাকীয়ে কোনো লোকে তেনে বাৰ্তা লাভ কৰিলে আওকাণ কৰিবলৈ আহ্বান জনাইছে।
Previous Post

ধমক নহয়! এইবাৰ হেণ্ডকাফ লগালে লেডী সিংঘমে

Next Post

জুনত হ’ব কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচন

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
Next Post
জুনত হ’ব কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচন

জুনত হ’ব কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচন

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

অপৰাধৰ ৰম্যভূমি! মহানগৰীত পুনৰ কিশোৰীক যৌন নিৰ্যাতন

অপৰাধৰ ৰম্যভূমি! মহানগৰীত পুনৰ কিশোৰীক যৌন নিৰ্যাতন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8