• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

চাৰি ভাৰতীয়সহ ১৯ গৰাকী যাত্ৰীক লৈ নেপালৰ মাজ আকাশত সন্ধানহীন বিমান

নিউজ ডেস্ক by নিউজ ডেস্ক
May 30, 2022
in ক্ৰাইম, আন্তৰ্জাতিক, সংবাদ
1 min read
0
চাৰি ভাৰতীয়সহ ১৯ গৰাকী যাত্ৰীক লৈ নেপালৰ মাজ আকাশত সন্ধানহীন বিমান
Share on FacebookShare on Twitter

দেওবাৰে পুৱা নেপালৰ আকাশৰ পৰা এখন বিমান সন্ধানহীন হয়। পুৱা ন বাজি ৫৫ মিনিটৰ পৰা আৰু সন্ধান পোৱা নাই বিমানখনৰ। তথ্য অনুসৰি, চাৰিজন ভাৰতীয়কে ধৰি মুঠ ২২ জন যাত্ৰী আৰু কৰ্মচাৰী থকা বিমানখন পোখৰাৰ পৰা জমচমলৈ বুলি ৰাওনা হৈছিল। বিমানখনত চাৰিজন জাপানী নাগৰিকো আছিল। বাকীসকলো নেপালী লোক আছিল।

বিশ্বৰ সৰ্বোচ্চ পৰ্বতশীৰ্ষ দেশ নেপালত সঘনাই বিমান দুৰ্ঘটনা সংঘটিত হয়। এই বিমানখন নিৰুদ্দেশ হোৱাৰ পাছত, স্বাভাৱিকতে যথেষ্ট উদ্বেগ সৃষ্টি হৈছে। সংবাদ সংস্থা এএনআইক গৃহ মন্ত্ৰালয়ৰ মুখপাত্ৰ ফনিন্দ্ৰ মণি পোখৰেলে জনাইছে, সন্ধানহীন বিমানখনৰ সন্ধানৰ বাবে ইতিমধ্যে মুস্তাং আৰু পোখৰাৰ পৰা দুখন হেলিকপ্টাৰ প্ৰেৰণ কৰা হৈছে।

নেপাল সেনাৰ হেলিকপ্টাৰেও বিমানখনৰ বাবে এটা অনুসন্ধান অভিযান আৰম্ভ কৰিছে। নেপাল সেনাৰ মুখপাত্ৰ নাৰায়ণ চিলৱালে কয়, “নেপাল সেনাৰ এমআই-১৭ হেলিকপ্টাৰ ইতিমধ্যে মুস্তাঙৰ ফালে উৰা মাৰিছে। বিমানখন তাত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আশংকা কৰা হৈছে।

নেপালৰ আৰক্ষী বিষয়া ৰমেশ থাপাই জনাই যে শেষ খবৰ পোৱা পৰ্যন্ত সন্ধানহীন বিমানখনৰ কোনো সন্ধান পোৱা নাই।

Previous Post

পুনৰ চাৰি বেংকৰ বেচৰকাৰীকৰণ প্ৰক্ৰিয়া আৰম্ভ, বিক্ৰী কৰিব বৃহৎ শ্বেয়াৰ

Next Post

তিনিখন বাহনে ৰাস্তাত আগুৰি সাত ৰাউণ্ড গুলী চলাইছিল পঞ্জাৱৰ তাৰকা গায়ক সিদ্ধু মুছৱালাক

Related Posts

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান
সংবাদ

চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ দিলীপ গোস্বামীলৈ আয়ুস লিজেণ্ড সন্মান

December 6, 2023
মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত
সংবাদ

মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ পটভূমিত নিৰ্মিত ছুটী ছবি “লাচিত দ্য ৱাৰিয়ৰ”ৰ জয়যাত্ৰা অব্যাহত

December 6, 2023
পুনৰ এনকাউন্টাৰঃ নিহত দুধৰ্ষ ডকাইত!
সংবাদ

নগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ!

December 6, 2023
মহানগৰীৰ হোটেলত CIDৰ ASIৰ মৃতদেহ উদ্ধাৰ
সংবাদ

মহানগৰীত উৰণীয়া সেতুৰ পৰা দুৰ্বৃত্তই তললৈ পেলালে যুৱকক

December 5, 2023
৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!
ৰাজনীতি

৩০০ তকৈও অধিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা কৰ্মীয়ে যোগদান কৰিব BJP ত!

December 5, 2023
“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”
অসম

“বিজয় উৎসৱৰ বাবে ভূপেন বৰাই আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে”

December 4, 2023
Next Post
তিনিখন বাহনে ৰাস্তাত আগুৰি সাত ৰাউণ্ড গুলী চলাইছিল পঞ্জাৱৰ তাৰকা গায়ক সিদ্ধু মুছৱালাক

তিনিখন বাহনে ৰাস্তাত আগুৰি সাত ৰাউণ্ড গুলী চলাইছিল পঞ্জাৱৰ তাৰকা গায়ক সিদ্ধু মুছৱালাক

শিৱসাগৰৰ প্ৰাক্তন শিক্ষা বিষয়া আনোৱাৰ হুছেইনক গ্ৰেপ্তাৰ

শিৱসাগৰৰ প্ৰাক্তন শিক্ষা বিষয়া আনোৱাৰ হুছেইনক গ্ৰেপ্তাৰ

ছটা ধৰ্মৰ লোকলৈ সংখ্যালঘুৰ প্ৰমাণ-পত্ৰ চৰকাৰৰ!

ছটা ধৰ্মৰ লোকলৈ সংখ্যালঘুৰ প্ৰমাণ-পত্ৰ চৰকাৰৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8