• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

মাজুলী, জালুকবাৰী সহ ১২৬টা সমষ্টিত বিধায়ক পুঁজিৰ ওপৰত তদন্ত হ’ব লাগেঃ ৰূপজ্যোতি কুৰ্মী

নিউজ ডেস্ক by নিউজ ডেস্ক
June 11, 2022
in ক্ৰাইম, অসম, ৰাজনীতি
1 min read
0
মাজুলী, জালুকবাৰী সহ ১২৬টা সমষ্টিত বিধায়ক পুঁজিৰ ওপৰত তদন্ত হ’ব লাগেঃ ৰূপজ্যোতি কুৰ্মী
Share on FacebookShare on Twitter

মৰিয়নী সমষ্টিত দুৰ্নীতি নিবাৰকৰ তদন্তক লৈ ৰূপজ্যোতি কুৰ্মীয়ে শুকুৰবাৰে সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক। সংবাদ মাধ্যমৰ আগত ৰূপজ্যোতি কুৰ্মীয়ে কয়, ‘‘এমাহৰ ভিতৰতে তদন্ত কৰি দোষী সাব্যস্ত হ’লে জে’ললৈ পঠিয়াম বুলি ক’লে মুখ্যমন্ত্ৰীয়ে। প্ৰয়োজনত ময়ো জে’ললৈ যাবলৈ সাজু। কেৱল মাজুলী আৰু জালুকবাৰী সহ ১২৬টা সমষ্টিত বিধায়ক পুঁজিৰ ওপৰত তদন্ত হ’ব লাগে।’’

‘‘সোণোৱালে দুটা ভুল কৰি গ’ল। ২০০৬ চনৰ পৰা ২০২২ চনলৈ তদন্তৰ ঘোষণা কৰিব লাগিছিল। মোৰ ঘৰলৈ চিএম ভিজিলেঞ্চৰ মানুহ যোৱাই নাই। চিএম ভিজিলেঞ্চে নহয়, লগত কংগ্ৰেছী গ’লেও কাটা বিস্কুট–লাল চাহ খুৱালো হয়।’’ – ক’লে ৰূপজ্যোতিয়ে।

মৰিয়নীৰ বিধায়কজনে কয়, মই পাঁচবাৰৰ বিধায়ক। যিমান নিৰ্বাচন খেলো সিমানেই জিকিম। নিজ সমষ্টিত পথ অৱৰোধক লৈ ৰূপজ্যোতিয়ে ক’লে – একো কৰিব নোৱাৰে মোক। এতিয়া মই যোগ্য হোৱা নাই, কিন্তু ২০২৬ত মই মন্ত্ৰিত্ব বিচাৰিম বুলিও কয় বিধায়কগৰাকীয়ে। আজীৱন বিজেপিৰ হৈ নিৰ্বাচন খেলি যাম বুলিও উল্লেখ কৰে কুৰ্মীয়ে।

Previous Post

তেজপুৰত আজি অসম চৰকাৰৰ কেবিনেট বৈঠক, বহু গুৰুত্বপূৰ্ণ ঘোষণাৰ সম্ভাৱনা

Next Post

মেট্ৰিকত শূন্য উত্তীৰ্ণ বিদ্যালয়ক কৈফিয়ৎ তলব শিক্ষা সঞ্চালকালয়ৰ!

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
মেট্ৰিকত শূন্য উত্তীৰ্ণ বিদ্যালয়ক কৈফিয়ৎ তলব শিক্ষা সঞ্চালকালয়ৰ!

মেট্ৰিকত শূন্য উত্তীৰ্ণ বিদ্যালয়ক কৈফিয়ৎ তলব শিক্ষা সঞ্চালকালয়ৰ!

আঘাতৰ বাবে কমনৱেলথ গেমছৰ ট্ৰায়েলৰ পৰা বাহিৰ হ’ল মেৰী কম!

আঘাতৰ বাবে কমনৱেলথ গেমছৰ ট্ৰায়েলৰ পৰা বাহিৰ হ'ল মেৰী কম!

নিবনুৱা! ৰাজ্যৰ ২৬ হাজাৰ পদৰ বাবে ১২ লাখ প্ৰাৰ্থীৰ আবেদন

নিবনুৱা! ৰাজ্যৰ ২৬ হাজাৰ পদৰ বাবে ১২ লাখ প্ৰাৰ্থীৰ আবেদন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8