বামুণীমৈদামস্থিত ধৰমপাল সত্যপাল, চমুকৈ DS গ্ৰুপৰ কাৰ্যালয়ত চলিছে মুম্বাই ক্ৰাইম বাঞ্চৰ অভিযান।
দুপৰীয়া ১.৩০ বজাৰ পৰা চলা এই অভিযান বাতৰি লিখা পৰলৈকে অব্যাহত আছে। মুম্বাই আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চৰ অভিযানকাৰী দলটোৱে কৰ্তব্যৰত কাৰ্যালয়ৰ কোনো কৰ্মচাৰীকে বাহিৰলৈ ওলাব দিয়া নাই।
সংবাদ মাধ্যমৰ লোককো ভিতৰত প্ৰৱেশ কৰিবলৈ বাধা দিয়া হৈছে।