• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অৱশেষত নগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে গো-মাফিয়া কমৰুজ জামানক

নিউজ ডেস্ক by নিউজ ডেস্ক
May 25, 2022
in ক্ৰাইম, অসম
1 min read
0
অৱশেষত নগাওঁ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে গো-মাফিয়া কমৰুজ জামানক
Share on FacebookShare on Twitter

অৱশেষত দীৰ্ঘ দিনে গৰুৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত থকা প্ৰাক্তন আমছু নেতা কমৰুজ জামানক মঙলবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল নগাওঁ আৰক্ষী। গোপন সুত্ৰৰ পম খেদি নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে গ্ৰেপ্তাৰ কৰিছে কমৰুজক। কমৰুজৰ জিম্মাৰ পৰা অবৈধ মাৰানাস্ত্ৰও উদ্ধাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ চোৰাংচোৱা বুলি চিনাকি দি বিগত সময়ত নগাঁৱত সন্ত্ৰাস চলাই অহা কমৰুজৰ বিৰুদ্ধে শেহতীয়াকৈ মাটিৰ দালালিৰ গোচৰো ৰুজু হৈছিল জুৰীয়া থানাত।
উল্লেখ্য যে, নগাঁও চহৰত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হৈছে জামানক। কমৰুজ জামানৰ ঘৰ নগাঁৱৰ জুৰীয়াত। কমৰুজৰ জিম্মাৰ পৰা আৰক্ষীয়ে এ এছ০২ এ এ ০৯০৯ নম্বৰৰ ইন’ভা গাড়ী এখনো জব্দ কৰে।

Previous Post

মহানগৰীত দুৰ্বৃত্তই ভাঙিলে ভগৱানৰ মূৰ্তি

Next Post

যান-বাহন কৰ অনাদায়কাৰীলৈ পৰিবহণ বিভাগৰ জাননী

Related Posts

আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ
শিক্ষা

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বি.ফাৰ্ম পাঠ্যক্ৰমৰ ক্ৰমাগত তৃতীয়বাৰৰ বাবে NBAৰ স্বীকৃতি লাভ

January 25, 2023
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা
ৰাজনীতি

ৰাষ্ট্ৰীয় ভোটাৰ দিৱসত পশ্চিম গুৱাহাটীত অগপৰ বিশাল বুথ সভা

January 25, 2023
Next Post
যান-বাহন কৰ অনাদায়কাৰীলৈ পৰিবহণ বিভাগৰ জাননী

যান-বাহন কৰ অনাদায়কাৰীলৈ পৰিবহণ বিভাগৰ জাননী

মেয়ৰ – ডেপুটী মেয়ৰসহ পশ্চিম গুৱাহাটীৰ ১৫ জন পাৰিষদক অগপৰ উদ্যোগত সম্বৰ্ধনা

মেয়ৰ - ডেপুটী মেয়ৰসহ পশ্চিম গুৱাহাটীৰ ১৫ জন পাৰিষদক অগপৰ উদ্যোগত সম্বৰ্ধনা

বৰঝাৰ বিমানকোঠত ‘বেগেজ ৰেপীং’ মেচিনৰ সেৱা আৰম্ভ

বৰঝাৰ বিমানকোঠত 'বেগেজ ৰেপীং' মেচিনৰ সেৱা আৰম্ভ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8