• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

নৱজ্যিত সিং সিদ্ধু যাব লাগিব জেললৈ!

উচ্চতম ন্যায়ালয়ে দিলে সশ্ৰম কাৰাদণ্ড

নিউজ ডেস্ক by নিউজ ডেস্ক
May 19, 2022
in ক্ৰাইম, ৰাষ্ট্ৰীয়
1 min read
0
নৱজ্যিত সিং সিদ্ধু যাব লাগিব জেললৈ!
Share on FacebookShare on Twitter

৩৪ বছৰীয়া এক পুৰণি গোচৰত পঞ্জাৱ কংগ্ৰেছৰ সভাপতি, প্ৰাক্তন ক্ৰিকেটাৰ নৱজ্যিত সিং সিদ্ধুক উচ্চতম ন্যায়ালয়ে এবছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰিছে। ৩৪ বছৰৰ পূৰ্বে সিদ্ধুৰ আক্ৰমণত এজন বৃদ্ধ লোক নিহত হোৱাৰ গোচৰ ৰুজু কৰা হৈছিল আৰু উচ্চতম ন্যায়ালয়ে সিদ্ধুক ১ হাজাৰ টকাৰ জৰিমনাৰে ৰেহাই দিছিল।

উচ্চতম ন্যায়ালয়ৰ এই ৰায়ৰ পিছতে এতিয়া সিদ্ধুক হয় গ্ৰেপ্তাৰ কৰা হ’ব, নতুবা তেওঁ আত্মসমৰ্পণ কৰিব লাগিব। পঞ্জাৱ আৰক্ষীয়ে এই ক্ষেত্ৰত আইন অনুসৰণ কৰিব লাগিব। সিদ্ধুক উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ ভত্তিত পাটিয়ালা কাৰাগাৰলৈ প্ৰেৰণ কৰা সম্ভাৱনা আছে।

Will submit to the majesty of law ….

— Navjot Singh Sidhu (@sherryontopp) May 19, 2022

ইফালে উচ্চতম ন্যায়ালয়ে এই ৰায় দিয়াৰ পিছতে নৱজ্যিত সিং সিদ্ধুৱে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, তেওঁ আইনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সিদ্ধু বৰ্তমান পাটিয়ালাত আছে আৰু তাত তেওঁ নিজৰ আইনী পৰামৰ্শদাতাসকলৰ লগত পৰৱৰ্তী পদক্ষেপৰ বিষয়ে আলোচনা কৰিছে। আনহাতে উচ্চতম ন্যায়ালয়ে যি সময়ত এই ৰায় প্ৰদান কৰিছিল সেই সময়ত সিদ্ধুৱে মূল্যবৃদ্ধি সমস্যাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আছিল।

Previous Post

আয়কৰৰ অভিযানঃ সাঙোৰ খাইছে ভাগ্য কলিতাসহ বন বিষয়াৰ নাম

Next Post

ড্ৰোন-ডেলিভাৰী! আপুনি ব্যৱহাৰ কৰিছে নে?

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!
ক্ৰাইম

গোবৰেৰে নিৰ্মিত ঘৰবোৰ পাৰমাণৱিক বিকিৰণৰ দ্বাৰা প্ৰভাৱিত নহয়!

January 25, 2023
ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!
ক্ৰাইম

ইউটিউবাৰ দীপজ্যোতি ডেকাৰ বিৰুদ্ধে অভিযোগ একাংশৰ!

January 25, 2023
Next Post
ড্ৰোন-ডেলিভাৰী! আপুনি ব্যৱহাৰ কৰিছে নে?

ড্ৰোন-ডেলিভাৰী! আপুনি ব্যৱহাৰ কৰিছে নে?

বিজেপি চৰকাৰে ভাবিবলৈ লৈছে তেওঁলোকৰ বিৰুদ্ধে মাত মাতিবলৈ কোনো নাই : অখিল গগৈ

বিজেপি চৰকাৰে ভাবিবলৈ লৈছে তেওঁলোকৰ বিৰুদ্ধে মাত মাতিবলৈ কোনো নাই : অখিল গগৈ

বাচন-বৰ্তনত লগা দাগ উঠোৱাৰ সহজ উপায়

বাচন-বৰ্তনত লগা দাগ উঠোৱাৰ সহজ উপায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8