• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

‘বুল্লি বাই’ এপৰ কাম কিয় কৰিছিল নীৰজে?

নিউজ ডেস্ক by নিউজ ডেস্ক
January 7, 2022
in ক্ৰাইম, News, অসম, ৰাষ্ট্ৰীয়, সংবাদ
1 min read
0
‘বুল্লি বাই’ এপৰ কাম  কিয় কৰিছিল নীৰজে?
Share on FacebookShare on Twitter

ছ’চিয়েল মিডিয়াত মহিলাসকলক লক্ষ্য কৰি লোৱা ‘বুল্লি বাই’ এপ’ সন্দৰ্ভত সকলো কথা স্বীকাৰ কৰিছে অসমৰ পৰা গ্ৰেপ্তাৰ হোৱা নীৰজ বিষ্ণৈই । অভিযুক্ত নীৰজে আৰক্ষীৰ জেৰাত কেইবাটাও গোপন কথা মুকলি কৰিছে। উল্লেখ্য় যে নীৰজে এটা নিৰ্দিষ্ট ধৰ্মৰ ওপৰত খং কৰিছিল আৰু ধৰ্ম বা বিশেষ আদৰ্শৰ বিষয়ে সামাজিক মাধ্যমত সক্ৰিয় মহিলাসকলক লক্ষ্য কৰি লৈছিল। এই কামৰ বাবে নীৰজৰ কোনো অনুশোচনা নাই বুলিও প্ৰকাশ কৰে।
অসমৰ যোৰহাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল অভিযুক্ত নীৰজ বিষ্ণইক । নীৰজ কম্পিউটাৰ বিজ্ঞানৰ এজন B.Tech দ্বিতীয় বৰ্ষৰ ছাত্ৰ। জেৰাত নীৰজে কৈছিল যে তেওঁ githubত বুলি বাই এপটো সৃষ্টি কৰিছিল। তেওঁ টুইটাৰত @bullibai_ একাউণ্টো প্ৰস্তুত কৰিছিল।

Previous Post

গ্ৰন্থপ্ৰেমীৰ বাবে দুঃখবৰ : স্থগিত হ’ল বিশ্ব গ্ৰন্থমেলা

Next Post

দুগুণ বৃদ্ধি পালে গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা

Related Posts

PM interacts with beneficiaries of Viksit Bharat Sankalp Yatra via video conferencing
News

PM interacts with beneficiaries of Viksit Bharat Sankalp Yatra via video conferencing

November 30, 2023
Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati
News

Ministry of Health & Family Welfare to organise World AIDS Day 2023 on the theme ‘Lets Communities Lead’ in Guwahati

November 30, 2023
কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
আজি ‘মন কী বাত’ত প্ৰধানমন্ত্ৰীয়ে দেশবাসীলৈ প্ৰদান কৰা ভাষণ
News

PM to interact with beneficiaries of Viksit Bharat Sankalp Yatra on 30th November

November 29, 2023
Otis India offers online order-booking for Gen3™ Nova range of elevators
News

Otis India offers online order-booking for Gen3™ Nova range of elevators

November 29, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
Next Post
দুগুণ বৃদ্ধি পালে গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা

দুগুণ বৃদ্ধি পালে গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা

মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ

মন্ত্ৰী পীযুষ হাজৰিকা ক'ভিড পজিটিভ

ৰাজ্যত নতুন SOP জাৰি…

ৰাজ্যত নতুন SOP জাৰি...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8