• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

ৰঞ্জিত বৰাৰ হত্যাৰ অভিযোগত এজনক আটক!

নিউজ ডেস্ক by নিউজ ডেস্ক
November 26, 2022
in ক্ৰাইম, গুৱাহাটী
1 min read
0
ৰঞ্জিত বৰাৰ হত্যাৰ অভিযোগত এজনক আটক!
Share on FacebookShare on Twitter

পাঞ্জাবাৰীত দুৰ্বৃত্তই যোৱা ২১ নৱেম্বৰত গুলীয়াই হত্যা কৰিছিল পূৰবী ডায়েৰীৰ বিতৰক ৰঞ্জিত বৰাক। হত্যাকাৰীক এতিয়ালৈ আৰক্ষীয়ে আটক কৰিব পৰা নাই যদিও ইতিমধ্যে ৰঞ্জিত বৰাৰ হত্যাৰ অভিযোগত গড়চুক আৰক্ষীয়ে আটক কৰিছে এজন অভিযুক্তক। সম্প্রতি ধৃত লোকজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখ্য যে আৰক্ষীৰ অভিযানৰ সময়তে পলায়ন কৰে আন এজন অভিযুক্তই।

উল্লেখ্য যে, ৰঞ্জিত বৰাৰ পৰা ২.৫০ লাখ টকাৰ বেগ কাঢ়ি লৈ গৈছিল দুৰ্বৃত্তই। বেংকত টকা জমা কৰিবলৈ যাওঁতেই দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল তেওঁক।

Previous Post

সমকামী বিবাহক আইনী স্বীকৃতি দিয়া-নিদিয়া সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ!

Next Post

জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ দেহাৱসান

Related Posts

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
সুৰামত্ত চালক! মহানগৰীত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত
ক্ৰাইম

চতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা

October 2, 2023
মহানগৰীত ক’কেইনসহ গ্রেপ্তাৰ ৩ জন
সংবাদ

মহানগৰীত ক’কেইনসহ গ্রেপ্তাৰ ৩ জন

September 30, 2023
চাইবাৰ যুদ্ধ! ৰাছিয়াৰ দ্বাৰা ইউক্ৰেইনৰ অফিচিয়েল ৱেবছাইট হেক
ক্ৰাইম

ছাত্ৰীৰ অশ্লীল ফটো ভাইৰেল চাইবাৰ অপৰাধীৰ!

September 29, 2023
চাঞ্চল্য! মহানগৰীত জ্যোতিষীৰ ঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ
ক্ৰাইম

কোকৰাঝাৰত সন্ধানহীন ছাত্রৰ মৃতদেহ উদ্ধাৰ

September 29, 2023
সুৰামত্ত চালক! মহানগৰীত স্কুলবাছ দুৰ্ঘটনাগ্ৰস্ত
গুৱাহাটী

নিশা মহানগৰীৰ গণেশগুৰিত ভয়ংকৰ দুৰ্ঘটনা

September 28, 2023
Next Post
জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ দেহাৱসান

জনপ্ৰিয় কাৰ্টুনিষ্ট চিৰঞ্জীৱ দত্তৰ দেহাৱসান

মহানগৰীৰ হোটেলত CIDৰ ASIৰ মৃতদেহ উদ্ধাৰ

AAP ৰ বিষয়-ববীয়ালৈ চিঞাহী নিক্ষেপ দুৰ্বৃত্তৰ!

ৰাণীত ১৭৫ CRPFৰ নৱনিযুক্ত কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাৰ কাৰ্যভাৰ গ্ৰহণ

ৰাণীত ১৭৫ CRPFৰ নৱনিযুক্ত কমাণ্ডেণ্ট ৰাজীৱ কুমাৰ ঝাৰ কাৰ্যভাৰ গ্ৰহণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8